Xuvro Bolokar Deukat Lyrics By Zubeen Garg

Song: Xuvro Bolokar Deukat (শুভ্ৰ বলকাৰ ডেউকাত)

Singer: Zubeen Garg

Xuvro Bolokar Deukat Lyrics
Xuvro Bolokar Deukat Lyrics

Xuvro Bolokar Deukat Lyrics:—

শুভ্ৰ বলকাৰ ডেউকাত সপোন ৰহণ সনা
দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধু সনা
শুভ্ৰ বলকাৰ ডেউকাত সপোন ৰহণ সনা
দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধু সনা
সমীৰে বজাই বাঁহী মৃদু মধুৰ ৰাগিনী
জাগে বন বীথি দুৰু দুৰু হিয়াৰ কঁপনি
সমীৰে বজাই বাঁহী মৃদু মধুৰ ৰাগিনী
জাগে বন বীথি দুৰু দুৰু হিয়াৰ কঁপনি
সাগৰ নীলা দুচকুত সপোনৰে ৰহণ সনা
শুভ্ৰ বলকাৰ ডেউকাত সপোন ৰহণ সনা
দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধু সনা
আজিয়েই মধু ক্ষন মন জানো কিহতে মগন
উতলা অধীৰ যৌৱন জাগে পুলক শিহৰণ
আজিয়েই মধু ক্ষন মন জানো কিহতে মগন
উতলা অধীৰ যৌৱন জাগে পুলক শিহৰণ
মন যমুনাৰ পাৰতে বাজে বাঁহী মধু সনা
শুভ্ৰ বলকাৰ ডেউকাত সপোন ৰহণ সনা
দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধু সনা
ওহো … হো .. হো .. হো .. হো

Download Link: Xuvro Bolokar Deukat Lyrics By Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form