Song: Aagoli Botahe (আগলি বতাহে)
Singer: Nirmal Prabha Bordoloi
![]() |
| Aagoli Botahe Lyrics |
Aagoli Botahe Lyrics:—
আগলি বতাহে কঁপালে কলৰে পাত
মন উৰনীয়া হেৰালে বাটৰে আঁত
আগলি বতাহে কঁপালে কলৰে পাত
বজো কি নুবুজো
চিনাকি কুলিৰ মাত
মেলোঁ কি নেমেলোঁ মোৰ
আকাশে চুবলৈ হাত
হেৰালে বাটৰে আঁত
এটি সুৰ মাথোঁ
মনৰে ডালতে কঁপে
এটি মাথো পখী
এটি উৰে উৰে
কিনো ফুল সিটি
কিনো পখী সিটি
জিৰাব কিহৰে ছাঁত
হেৰালে বাটৰে আঁত
Download Link: Aagoli Botahe (আগলি বতাহে) | Lyrics In Assamese | Nirmal Prabha Bordoloi


