Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) - Lyrics | Bhupen Hazarika

Song: Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে)

Singer: Bhupen Hazarika



Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) – Lyrics:–

আই তোক কিহেৰে পুজিমে

আই তোৰ চৰণে দুখানি,
আই অ কিহেৰে পুজিমে তোক
আই অ জীৱন দি পুজিমে তোক….

আই তোৰ মৰমী কোলাতে

আই মই জনমে লভিলো,
আই তোৰ কিহেৰে শুজিমে ধাৰ
আই অ জীৱন দি শুজিমে ধাৰ….

আই অ আই

শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে
খেলিলো কতনা খেলা,
আই অ আই
শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে
খেলিলো কতনা খেলা,
আই তোৰ মৰমবোৰ নিগৰি
আই অ লুইত হৈ বাগৰে,
আই অ শান্তি সাগৰলে বুলি
আই অ মহা মিলনলে বুলি….

আই তোক কিহেৰে পুজিমে

আই তোৰ চৰণে দুখানি,
আই অ কিহেৰে পুজিমে তোক
আই অ জীৱন দি পুজিমে তোক….
আই অ জীৱন দি পুজিমে তোক….
আই অ জীৱন দি পুজিমে তোক….


Download Link: Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) - Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form