Song: Agnire Moi Khela (অগ্নিৰে মই খেলা)
Singer: Jyoti Prasad Agarwala
![]() |
| Agnire Moi Khela Lyrics |
Agnire Moi Khela Lyrics:—
অগ্নিৰে মই খেলা খেলিছোঁ
মোৰ অগ্নিৰে ধেমালি
মোৰ অগ্নিৰে ধেমালি
কোনো যদি নাহে
নালাগে আহিব,
মোৰ অকলশৰীয়া
জীৱন উঠিব
দীপালী হৈ জ্বলি
মোৰ অগ্নিৰে ধেমালি
মোৰ তেজৰ এটি দীপেই
আই তোক
কৰিব সোণালী
মোৰ অগ্নিৰে ধেমালি ৷
Download Link: Agnire Moi Khela Lyrics | Jyoti Prasad Agarwala


