Ajoli Suwali Lyrics | আজলী ছোৱালী | Bishnu Prasad Rabha

Song: Ajoli Suwali (আজলী ছোৱালী)

Singer: Bishnu Prasad Rabha

Ajoli Suwali Lyrics:—

আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই

আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই

সজাই ফুলেৰে অতি যতনেৰে
বৰালোঁ বৰণ শৰাই
সজাই ফুলেৰে অতি যতনেৰে
বৰালোঁ বৰণ শৰাই
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই

মলয়া ছাতিয়ে আহে জাকি মাৰি
উলাহত নাচি নাচি যায়
মলয়া ছাতিয়ে আহে জাকি মাৰি
উলাহত নাচি নাচি যায়
কুলি কেতেকীয়ে
বিৰিখে বিৰিখে
কুলি কেতেকীয়ে
বিৰিখে বিৰিখে
কুলি কেতেকীয়ে
বিৰিখে বিৰিখে
উলাহত গীত গাই যায়
উলাহত গীত গাই যায়
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
সজাই ফুলেৰে অতি যতনেৰে
বৰালোঁ বৰণ শৰাই
সজাই ফুলেৰে অতি যতনেৰে
বৰালোঁ বৰণ শৰাই
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
আনিলোঁ আঁচল ভৰাই

Download Link: Ajoli Suwali Lyrics | আজলী ছোৱালী | Bishnu Prasad Rabha

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form