আমাৰে মইনা শুইছে
বাৰীতে বগৰী ৰুইছে
বাৰীৰে বগৰী পকি সৰা নাই
তৰু-তৃণ ধুমুহাই ভাঙিছে।।
নেলাগে মোক সোণৰ চপৰা
লুভীয়াই নিব তাক হৰি
দুখীয়াক যি ফেৰা কৰিলাঁ কৰুণা
তাকে যেন নিনিয়া কাঢ়ি।।
Download Link: Amare Moina Lyrics | Bhupen Hazarika


