Ami Biplob Potholoi Aguwam Lyrics | By Bishnu Prasad Rabha

Song: Ami Biplob Potholoi Aguwam (আমি বিপ্লৱ পথলৈ আগুৱাম)

Singer: Bishnu Prasad Rabha

Ami Biplob Potholoi Aguwam Lyrics
Ami Biplob Potholoi Aguwam Lyrics

Ami Biplob Potholoi Aguwam Lyrics:—

আমি বিপ্লৱ পথলৈ আগুৱাম
আমি বিপ্লৱ পথলৈ আগুৱাম
বিপ্লৱ পথৰে যাত্ৰী আমি
সৰ্বহাৰাৰ মুক্তি কামী
সৰ্বহাৰাৰ মুক্তি কামী
বিজয়ৰ জয় গান গাই যাম
আমি বিপ্লৱ পথলৈ আগুৱাম
আমি বিপ্লৱ পথলৈ আগুৱাম
শত শত জনতাৰ
দেখি দুখ হাহাকাৰ
শত শত জনতাৰ
দেখি দুখ হাহাকাৰ
দেখি লাঞ্চনা বঞ্চনা সৰ্বহাৰাৰ
দেখি লাঞ্চনা বঞ্চনা সৰ্বহাৰাৰ
কৰিবলে’ অৱসান
শোষণৰ অভিযান
কৰিবলে’ অৱসান
শোষণৰ অভিযান
গৰজি উঠে আজি বিপ্লৱী প্ৰাণ
আমি বিপ্লৱ পথলৈ আগুৱাম
আমি বিপ্লৱ পথলৈ আগুৱাম
বিপ্লৱ পথৰে যাত্ৰী আমি
সৰ্বহাৰাৰ মুক্তি কামী
সৰ্বহাৰাৰ মুক্তি কামী
বিজয়ৰ জয় গান গাই যাম
আমি বিপ্লৱ পথলৈ আগুৱাম
আমি বিপ্লৱ পথলৈ আগুৱাম
গণ মুক্তি বাহিনী বনুৱা কৃষকৰ
গণ মুক্তি বাহিনী বনুৱা কৃষকৰ
অভিযান ই যে পঞ্চায়তী শাসনৰ
অভিযান ই যে পঞ্চায়তী শাসনৰ
কৰিবলে’ অৱসান
শোষণৰ অভিযান
কৰিবলে’ অৱসান
শোষণৰ অভিযান
গৰজি উঠে আজি বিপ্লৱী প্ৰাণ
আমি বিপ্লৱ পথলৈ আগুৱাম
আমি বিপ্লৱ পথলৈ আগুৱাম
বিপ্লৱ পথৰে যাত্ৰী আমি
সৰ্বহাৰাৰ মুক্তি কামী
সৰ্বহাৰাৰ মুক্তি কামী
বিজয়ৰ জয় গান গাই যাম
আমি বিপ্লৱ পথলৈ আগুৱাম
আমি বিপ্লৱ পথলৈ আগুৱাম
আমি বিপ্লৱ পথলৈ আগুৱাম
আমি বিপ্লৱ পথলৈ আগুৱাম
আমি বিপ্লৱ পথলৈ আগুৱাম…

Download Link: Ami Biplob Potholoi Aguwam Lyrics | By Bishnu Prasad Rabha

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form