Hothate Heral (হঠাতে হেৰাল) | Lyrics In Assamese | Zubeen Garg

Song: Hothate Heral (হঠাতে হেৰাল)

Singer: Zubeen Garg

Hothate Heral Lyrics
Hothate Heral Lyrics

Hothate Heral Lyrics:–

হঠাতে হেৰাল কেনিনো মোৰ চোতালতে জোনাক
ঠাইতে অচিনা তমসাই আগছিলেহি মোক

হঠাতে হেৰাল কেনিনো মোৰ চোতালতে জোনাক
ঠাইতে অচিনা তমসাই আগছিলেহি মোক
সজল সজল চকু
আঘাতে বেৰাল বুকু
কিদৰে দেখাও আনক
হঠাতে হেৰাল কেনিনো মোৰ চোতালতে জোনাক
পালে পালে আহি বাগী দি আঁতৰে
জিলিকণি মৰমৰ
আশে পাশে দেখোঁ টুকুৰা টুকুৰা
ভঙা মোৰ সপোনৰ
প্ৰতিটো খোজতে সি দুভৰি কাটে
সঁহাৰি নাই যে কাষত
প্ৰতিটো খোজতে সি দুভৰি কাটে
সঁহাৰি নাই যে কাষত

হঠাতে হেৰাল কেনিনো মোৰ চোতালতে জোনাক
ঠাইতে অচিনা তমসাই আগছিলেহি মোক
নিয়তিৰে মাথোঁ কিৰিলি শুনিছোঁ
পলকে আছুৰি যায়,
হাঁহি হাঁহি তই হৈ স্মৃতি বুলতি লৈ
মৰমে বিষ নিগৰায়
দুহাতে জ্বলাই দিলোঁ সেই সোৱৰণ
সাৱটি চকুৰ পানী
দুহাতে জ্বলাই দিলোঁ সেই সোৱৰণ
সাৱটি চকুৰ পানী
হঠাতে হেৰাল কেনিনো মোৰ চোতালতে জোনাক
ঠাইতে অচিনা তমসাই আগছিলেহি মোক

Download Link: Hothate Heral (হঠাতে হেৰাল) | Lyrics In Assamese | Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form