Jagroto Manuhor (জাগ্ৰত মানুহৰ) | Lyrics By Bhupen Hazarika

Song: Jagroto Manuhor (জাগ্ৰত মানুহৰ)

Singer: Bhupen Hazarika

Jagroto Manuhor Lyrics
Jagroto Manuhor Lyrics

Jagroto Manuhor Lyrics:—

জাগ্ৰত মানুহৰ ছাঁ দেখি কিয়
দিনে-ৰাতিয়ে উচপ খোৱাঁ ?
আলসুৱা আকাশত কুঁৱলীৰ মুখা-পিন্ধা
ৰামধনু কেলেই খেদি যোৱাঁ ?

ধূলিৰ ধৰাত জীৱন সৰগ ওপজে
নতুন ৰহণ পোৱা
আলিটিৰ আশে-পাশে মানুহ দেখিবা
পদাঘাত নেওচি যোৱাঁ ।

নতুন মৌচুমীৰ বৰষুণ পৰিছে
শুকান ধৰণীত চোৱাঁ।
যুগৰ কঠীয়া ধৰাত নাচিছে
তাকেহে সাবটি লোৱাঁ।

Download Link: Jagroto Manuhor (জাগ্ৰত মানুহৰ) | Lyrics By Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form