Lyrics of Moinakon Bakhor (মইনাকণ বাখৰ) | Subasana Dutta | New Assamese Song 2020

Song: Moinakon Bakhor (মইনাকণ বাখৰ)

Singer: Subasana Dutta

Lyrics: Palash Gogoi

Lyrics of Moinakon Bakhor (মইনাকণ বাখৰ):——

দেওঁলগা খালতে মাগুৰ মাছ লাগিলে
লগাওতে লাঙি জাল…….
যৌৱণৰ কালতে, চেনাইয়ে ঠেহ পাতিলে
পাওঁতেই অকন ভাল……
অ…দেওঁলগা খালতে মাগুৰ মাছ লাগিলে
লগাওতে লাঙি জাল…….
যৌৱণৰ কালতে, চেনাইয়ে ঠেহ পাতিলে
পাওঁতেই অকন ভাল……
ছট ফটাই থাকোং যেন
তোৰ লগত যিহে প্ৰেম…..
প্ৰেম পিৰিতি জাঁজী নৈ…..
গুণ হেৰ’ মইনাজান
তোৰ স’তে থকাই টান….
কটাও ৰাতি-দিন কেনেকৈ…..
তোৰে কেটেৰা মাতে,
খুন্দা মাৰি একেচাটে….
ঘুনীয়া কৰেহি মোৰ বুকু…….
খঙত ফেপেৰি পাত,
মাতিলেও নেমাত….
নোৱাৰো ধৰিবলে একো….
ছট ফটাই থাকোং যেন
তোৰ লগত যিহে প্ৰেম…..
প্ৰেম পিৰিতি জাঁজী নৈ…..
গুণ হেৰ’ মইনাজান
তোৰ স’তে থকাই টান….
কটাও ৰাতি-দিন কেনেকৈ…..
মইনাকন বাখৰ ৰৈ যা
বুকুতে বান্ধি লৈ যা…..
তোৰ মৰমতেই জীও
নেলাগে ভোকৰ ভাত….
তইয়ে মোৰ সোন মই তোৰ জান
কথাই প্ৰতি অভিমান…….
নৈ বৈ যাব চকুলোৰ
নিদিলে মুখৰ মাত…..
ঐ চেং কোমলকৈ
এই কলিজাতে…..
বিৰহ বেদনাই মেলা খনি পাতে
তোৰে কেটেৰা মাতে,
খুন্দা মাৰি একেচাটে….
ঘুনীয়া কৰেহি মোৰ বুকু…….
খঙত ফেপেৰি পাত,
মাতিলেও নেমাত….
নোৱাৰো ধৰিবলে একো….
দেওঁলগা খালতে মাগুৰ মাছ লাগিলে
লগাওতে লাঙি জাল…….
যৌৱণৰ কালতে, চেনাইয়ে ঠেহ পাতিলে
পাওঁতেই অকন ভাল……
এযোৰা শালিকা দেখিলে
মোলৈ মনতে পৰিলে….
ইনাই বিনাই মাতিলেও
মই উলতি নাচাওঁ বেং….
চিন্তা ভাৱনাই খুতিব
ফুটা কপালো ফুতিব…….
মই নহ’লে তোৰ সোন 
জীৱনটো কিবা জেং……
ঐ চেং কোমলকৈ,
এই কলিজাতে…….
বিৰহ বেদনাই মেলা খনি পাতে………
তোৰে কেটেৰা মাতে,
খুন্দা মাৰি একেচাটে….
ঘুনীয়া কৰেহি মোৰ বুকু…….
খঙত ফেপেৰি পাত,
মাতিলেও নেমাত….
নোৱাৰো ধৰিবলে একো….
নোৱাৰো ধৰিবলে একো….
MOINAKON BAKHOR YOUTUBE VIDEO 

Download Link: Lyrics of Moinakon Bakhor (মইনাকণ বাখৰ) | Subasana Dutta | New Assamese Song 2020

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form