Mur Kobitar Chanda Lagi Lyrics | মোৰ কবিতাৰ ছ্ন্দ লাগি | Bhupen Hazarika

Song: Mur Kobitar Chanda Lagi (মোৰ কবিতাৰ ছ্ন্দ লাগি)

Singer: Bhupen Hazarika

Mur Kobitar Chanda Lagi Lyrics:—

মোৰ কবিতাৰ ছ্ন্দ লাগি
স্পন্দন তোৰ জাগেনে
স্পন্দন তোৰ জাগেনে
কথা মালিকৰ গন্ধ লাগি
সোনৰ সপোন ভাগেনে
ভাগেনে ভাগেনে তোৰ সোনৰ সপোন ভাগেনে
মোৰ কবিতাৰ ছ্ন্দ লাগি
স্পন্দন তোৰ জাগেনে
স্পন্দন তোৰ জাগেনে
কথা মালিকৰ গন্ধ লাগি
সোনৰ সপোন ভাগেনে
ভাগেনে ভাগেনে তোৰ সোনৰ সপোন ভাগেনে
তোৰ সোনৰ সপোন ভাগেনে

নাচে তৰা ছন্দে ছন্দে
বিশ্ব ভৰা মহানন্দে
নাচে তৰা ছন্দে ছন্দে
বিশ্ব ভৰা মহানন্দে
সেই উলাহত হৰষ লাগি
হিয়াত নাচোন উঠেনে
হিয়াত নাচোন উঠেনে
কথা মালিকৰ গন্ধ লাগি
সোনৰ সপোন ভাগেনে
ভাগেনে ভাগেনে তোৰ সোনৰ সপোন ভাগেনে
মোৰ কবিতাৰ ছ্ন্দ লাগি
স্পন্দন তোৰ জাগেনে
স্পন্দন তোৰ জাগেনে

ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ
বাজে মন বাঁহী মোৰ
ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ
বাজে মন বাঁহী মোৰ
সেই সুৰতেই শাঁত কৰি লৈ
পৰিবনে হিয়া জুৰ
সেই সুৰতেই শাঁত কৰি লৈ
পৰিবনে হিয়া জুৰ
ছেৱে ছেৱে ফুলে ফুলে
গোন্ধতে আমোলমোল
ছেৱে ছেৱে ফুলে ফুলে
গোন্ধতে আমোলমোল
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়াই নাচেনে
এবাৰ হিয়াই নাচেনে
কথা মালিকাৰ গন্ধ লাগি 
সোনৰ সপোন ভাগেনে
ভাগেনে ভাগেনে তোৰ সোনৰ সপোন ভাগেনে
মোৰ কবিতাৰ ছ্ন্দ লাগি
স্পন্দন তোৰ জাগেনে
স্পন্দন তোৰ জাগেনে
কথা মালিকৰ গন্ধ লাগি
সোনৰ সপোন ভাগেনে
ভাগেনে ভাগেনে তোৰ সোনৰ সপোন ভাগেনে
মোৰ কবিতাৰ ছ্ন্দ লাগি
স্পন্দন তোৰ জাগেনে
স্পন্দন তোৰ জাগেনে
কথা মালিকৰ গন্ধ লাগি
সোনৰ সপোন ভাগেনে
ভাগেনে ভাগেনে তোৰ সোনৰ সপোন ভাগেনে
তোৰ সোনৰ সপোন ভাগেনে
তোৰ সোনৰ সপোন ভাগেনে

Download Link: Mur Kobitar Chanda Lagi Lyrics | মোৰ কবিতাৰ ছ্ন্দ লাগি | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form