Niyorore Phool Lyrics | নিয়ঁৰৰে ফুল | Zubeen Garg

Song: Niyorore Phool (নিয়ঁৰৰে ফুল)

Singer: Zubeen Garg

Niyorore Phool Lyrics
Niyorore Phool Lyrics

Niyorore Phool Lyrics:—

নিয়ঁৰৰে ফুল,

এপাহ ফুলিল, এপাহ সৰিল কেনি?
নিয়ঁৰৰে ফুল,
এপাহ ফুলিল, এপাহ সৰিল কেনি?

যেনি যায় বলাকায়,

যেনি যায় বলাকায়,
মেঘ কাগজতে,
নেদেখা ৰেখা টানি…..
নিয়ঁৰৰে ফুল,
এপাহ ফুলিল, এপাহ সৰিল কেনি?

আয়নুজনীৰ চকুৰ মণিত

দিনৰ পাহাৰ নাছিছিল,
সেই পাহাৰেই ৰাতিৰ মায়াত,
আকাশ হৈ পৰিছিল;

অন্ধকাৰৰ এটুপাল মম,

অন্ধকাৰৰ এটুপাল মম,
গান হৈ সৰি পৰিছিল;

শব্দময়ী পৰীৰ ৰাণী,

শব্দময়ী পৰীৰ ৰাণী,
উৰি আহিছিল;
গণি গণি তৰাৰ মালাৰ মণি,
এপাহ ফুলিল, এপাহ সৰিল কেনি?
নিয়ঁৰৰে ফুল,
এপাহ ফুলিল, এপাহ সৰিল কেনি?

সেই কণ্ঠমণিৰ গুণ-গুণনি…..

সেই কণ্ঠমণিৰ গুণ-গুণনি…..
সৰি পৰি, সৰি পৰি…..
বনৰ নিয়ঁৰ হৈ,
এপাহ ফুলিল, এপাহ সৰিল কেনি?
যেনি যায় বলাকায়,
যেনি যায় বলাকায়,
মেঘ কাগজতে,
নেদেখা ৰেখা টানি…..
নিয়ঁৰৰে ফুল,
এপাহ ফুলিল, এপাহ সৰিল কেনি?

নিয়ঁৰৰে ফুল,

এপাহ ফুলিল, এপাহ সৰিল কেনি?

নিয়ঁৰৰে ফুল,

এপাহ ফুলিল, এপাহ সৰিল কেনি?

Download Link: Niyorore Phool Lyrics | নিয়ঁৰৰে ফুল | Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form