Rambha Menoka Kimba Juthika Lyrics By Jayanta Hazarika

Song: Rambha Menoka Kimba Juthika (ৰম্ভা, মেনকা কিম্বা যুথিকা)

Singer: Jayanta Hazarika

Rambha Menoka Kimba Juthika Lyrics By Jayanta Hazarika
Rambha Menoka Kimba Juthika Lyrics By Jayanta Hazarika

Rambha Menoka Kimba Juthika Lyrics By Jayanta Hazarika:—

ৰম্ভা, মেনকা কিম্বা যুথিকা
নামবোৰ নাজানো ভাই
হংস গামিনী ইমান ৰমণী
কলিজা ধপে ধপায়।
তঁহতৰ লাজ কাজ নাই যা!
গাভৰুক জোকাব নাপায়।
সাইলাখ ৰাম হে আমি মেন বাৱণ
কৰিছোঁহি সীতা হৰণ।
এবাটি গাখীৰত মুখ ধুই আহ গৈ
হনুমান দুয়োজন
এখনি দাপোনত ৰূপ চাই আহগৈ
ইমান সুদৰ্শন—।
কাৰ্ত্তিক কাষতে পাইছা হাততে
হেৰালে আৰু নাপায়।
প্ৰেম প্ৰেম জখলা বগাবলৈ হ’বলা
ৰূপহীৰ মনেই নাযায়!
কাৰ্তিক দুটালৈ চায়
ৰম্ভাই নাকেই কোঁচায়?
ৰিহাৰে মেৰতে চকুহাল পৰোঁতে
হিয়া মোৰ দহিহে যায়
খং খং চাৱনি আৰু যেন শুৱনী
ওঁঠে পিছে মিচিকিয়ায়।
বিয়া নাম নোগোৱাঁ নাই
এই, মাত দিলে কিনো ক্ষয় যায়?
গাভৰু ক্ষেমিবা দায় নধৰিবা
ইহঁতৰ মগজু নাই
হুলাবাৰি এচাৰি ব্যৱহাৰ নকৰি
দিয়া দেই আমাক বিদায়!

Download Link: Rambha Menoka Kimba Juthika Lyrics By Jayanta Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form