RAMDHENU (ৰামধেনু) Lyrics - New Assamese Song | VREEGU KASHYAP | JUNAAK BORAH | DEVOLEENA

SONG: RAMDHENU (ৰামধেনু)
SINGER: VREEGU KASHYAP
LYRICS: JUNAAK BORAH

RAMDHENU (ৰামধেনু) Lyrics – In Assamese:–


অ জোনাকৰে ৰাতি
দুচকুলে চালে
অভিমানি যেন লাগে
অ দুভৰিত দুভৰি ৰাখি
তুমি কাণে কাণে কথা ক’লে
তেজে তেজে বৈ আহে নৈ
নামি অহা বৰষা হৈ
বুকুৰে মাজলৈ
লাহে লাহে কৈ 
আহা মনলৈ
বুকুতে ৰামধেনুৰ ৰং সানি লৈ
খিৰিকী খুলি চোৱাহি জুমি
থিতাপি লৈ লোৱা জীৱনলৈ
নিমিষতে ৰৈ আহা ছাঁয়া হৈ
লাহে লাহে ধীৰে ধীৰে ধীৰে ধীৰে কৈ
উম পাহাৰে পাহাৰে সানে মৰম
চুব নোৱাৰা হ’লেও
চকুৱে চকুৱে
সপোন সপোনও সাজে ঘৰ
দিঠকে নাজানিলেও
নিৰৱে নিৰৱে
পাখি মেলি উৰা মাৰে
দুহাত লৈ চিলাৰ দৰে
সপোনৰ কোচলে
লাহে লাহে কৈ 
আহা মনলৈ
বুকুতে ৰামধেনুৰ ৰং সানি লৈ
খিৰিকী খুলি চোৱাহি জুমি
থিতাপি লৈ লোৱা জীৱনলৈ
নিমিষতে ৰৈ আহা ছাঁয়া হৈ
লাহে লাহে ধীৰে ধীৰে ধীৰে ধীৰে কৈ
উম পলে পলে উৰি যায় মন
সপোনৰ সাগৰলে
এবাৰ ডুবি চাবলে
মনে মনে গনিছো ক্ষন
সপোন সচাঁ হ’বলে
তোমাকে পাবলে
পাখি মেলি উৰা মাৰে
দুহাত লৈ চিলাৰ দৰে
সপোনৰ কোচলে
লাহে লাহে কৈ 
আহা মনলৈ
বুকুতে ৰামধেনুৰ ৰং সানি লৈ
খিৰিকী খুলি চোৱাহি জুমি
থিতাপি লৈ লোৱা জীৱনলৈ
নিমিষতে ৰৈ আহা ছাঁয়া হৈ
লাহে লাহে ধীৰে ধীৰে ধীৰে ধীৰে কৈ

Download Link: RAMDHENU (ৰামধেনু) Lyrics - New Assamese Song | VREEGU KASHYAP | JUNAAK BORAH | DEVOLEENA

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form