Runjun Nupure Mate Lyrics | ৰুণজুণ নুপুৰে মাতে | Zubeen Garg

Song: Runjun Nupure Mate (ৰুণজুণ নুপুৰে মাতে)

Singer: Zubeen Garg

Runjun Nupure Mate Lyrics
Runjun Nupure Mate Lyrics

Runjun Nupure Mate Lyrics:—-

ৰুণজুণ ৰুণজুণ…

ৰুণজুণ ৰুণজুণ…

ৰুণজুণ নুপুৰে মাতে,

কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;

মন মোৰ উৰি যায়,

চমকি থমকি ৰয়…..

ৰুণজুণ নুপুৰে মাতে,

কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;

অ’ অ’ অ’……
যৌৱন যমুনাৰ পাৰতে,

কিবা ভাবি-গুনি আজি মনতে,
মনত পৰিছে মন উতলা সুৰ;
যৌৱন যমুনাৰ পাৰতে,
কিবা ভাবি-গুনি আজি মনতে,
মনত পৰিছে মন উতলা সুৰ;

মন মোৰ উৰি যায়,

চমকি থমকি ৰয়…..

ৰুণজুণ নুপুৰে মাতে,

কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে…..

ফাগুণৰ মধুৰ বা আহি

বাজিছিল তাহানি ইয়াতে;
ফাগুণ আহিছে
পলাশ-বননী শুৱাই;

ফাগুণৰ মধুৰ বা আহি

বাজিছিল তাহানি ইয়াতে;
ফাগুণ আহিছে
পলাশ-বননী শুৱাই;

মন মোৰ উৰি যায়,

চমকি থমকি ৰয়….

ৰুণজুণ নুপুৰে মাতে,

কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;

ৰুণজুণ ৰুণজুণ…

ৰুণজুণ ৰুণজুণ…

ৰুণজুণ নুপুৰে মাতে,

কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে…..

Download Link: Runjun Nupure Mate Lyrics | ৰুণজুণ নুপুৰে মাতে | Zubeen Garg

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form