Sinaki Mur Monor Manuh (চিনাকি মোৰ মনৰ মানুহ) | Lyrics In Assamese | Bhupen Hazarika

Song: Sinaki Mur Monor Manuh (চিনাকি মোৰ মনৰ মানুহ)

Singer: Bhupen Hazarika

Sinaki Mur Monor Manuh Lyrics
Sinaki Mur Monor Manuh Lyrics

Sinaki Mur Monor Manuh Lyrics:—

চিনাকি ——–
চিনাকি মোৰ মনৰ মানুহ
তোমাৰ বাবেই জনম লভিছোঁ।
তোমাৰ ঘাটৰ বিপৰীতে
নাওখনি মোৰ বান্ধিছোঁ;
তুমি দেখিছানে নাই মই নাজানিলো
কথা : – নেজানিলোঁ
গধুলি প্ৰহৰ দেখো অতি সেমেকা,
জীৱনটোৱেই হʼল কিবা পানী-মেটেকা
তুমি দেখিছাঁনে নাই মই নাজানিলোঁ।
চিনাকি মোৰ মনৰ মানুহ
তোমাৰ বাবেই জনম লভিছোঁ।

মণিবুলি কালসাপ ডিঙিতে পিন্ধিলোঁ
ভুলকেই ফুল বুলি খোপাত গুঁজিলোঁ
তুমি দেখিছানে নাই মই নাজানিলোঁ
চিনাকি মোৰ মনৰ মানুহ
তোমাৰ বাবেই জমন লভিছোঁ।
তুমি আছাঁ সিটো পাৰে ইপাৰেযে মই
দুয়োৰে মাজতে বয় সোঁৱৰণি নৈ
সাঁকো দেখিছানে নাই মই নাজানিলোঁ।
সাঁকো দেখিছানে নাই
সাঁকো দেখিছানে নাই
সাঁকো দেখিছানে নাই
সাঁকো দেখিছানে নাই
সাঁকো দেখিছানে নাই
মই নাজানিলোঁ।

চিনাকি মোৰ মনৰ মানুহ
তোমাৰ বাবে জনম লভিছোঁ
তোমাৰ ঘাটৰ বিপৰীতে নাওখনি মোৰ বান্ধিছোঁ
তুমি চিনিছাঁনে নাই মই নাজানিলোঁ।
কথা : – নাজানিলোঁ।

Download Link: Sinaki Mur Monor Manuh (চিনাকি মোৰ মনৰ মানুহ) | Lyrics In Assamese | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form