Tilai Tilai Ghuri Fure Lyrics | Bishnu Prasad Rabha

Song: Tilai Tilai Ghuri Fure (টিলাই টিলাই ঘূৰি ফুৰে)

Singer: Bishnu Prasad Rabha

Tilai Tilai Ghuri Fure Lyrics
Tilai Tilai Ghuri Fure Lyrics

Tilai Tilai Ghuri Fure Lyrics

ডেকাকে ধুনীয়া দেখি
থমকি থমকি নাচে তাই
টিঙতে উজলি
থমকি থমকি নাচে তাই
টিঙতে উজলি

পোৱালৰ ৰঙা মণি
তাইৰে গাল দুখনি
পোৱালৰ ৰঙা মণি
তাইৰে গাল দুখনি
বুকুত লৰি
আভা ঢালি কৰে ৰাঙলী
লাজতে লাজুকী তাই
মিচিকি হাঁহিৰে চায়
দুটি নয়ন পাহি মেলি
খাম্‌টি ছোৱালী
দুটি নয়ন পাহি মেলি
খাম্‌টি ছোৱালী

কাষ চাপোতেই
তাৰে বুকুত পৰে ঢলি
খাম্‌টি ছোৱালী
কাষ চাপোতেই
তাৰে বুকুত পৰে ঢলি
খাম্‌টি ছোৱালী

টিলাই টিলাই
ঘূৰি ফুৰে উলাহেৰে
খাম্‌টি ছোৱালী
টিলাই টিলাই
ঘূৰি ফুৰে উলাহেৰে
খাম্‌টি ছোৱালী
ঘন কলীয়া মেঘৰে
আঁৰে আঁৰে
ৰঙমনেৰে খেলি ফুৰে
নাচনী বিজুলী

Download Link: Tilai Tilai Ghuri Fure Lyrics | Bishnu Prasad Rabha

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form