Tumar Dusokut Lyrics | তোমাৰ দুচকুত | Bhagyadevi Theatre

Song: Tumar Dusokut (তোমাৰ দুচকুত)

Tumar Dusokut Lyrics
Tumar Dusokut Lyrics

Tumar Dusokut Lyrics:—


এখনি নিলীম সাগৰ তোমাৰ দুচকুত

বিলীন ম‌ই তোমাৰ দুচকুত
জীয়া জীয়া মোৰ আশাৰ আকৰ

তোমাৰ দুচকুত

আকাশৰ নীলা ঘেৰি পাও তোমাৰ দুচকুত
ম‌ই যেন হেৰাই যাও তোমাৰ দুচকুত

উজলি জলি কাখৰতে ৰ’লাহি
শোকোলা জোনাক দিলাহি উজাৰি
আছা বিয়পি হিয়াৰে কোহে কোহে
প্ৰতি খোজতে ৰোৱাহি চায়াৰ দৰে
তাৰেই মাজত দেখো নিতৌ
বিলীন ম‌ই আজি তাতেই

এখনি নিলীম সাগৰ তোমাৰ দুচকুত
বিলীন ম‌ই তোমাৰ দুচকুত

আকাশৰ নীলা ঘেৰি পাও তোমাৰ দুচকুত
ম‌ই যেন হেৰাই যাও তোমাৰ দুচকুত

সপোন যেন লাগে নীলা নীলা ভাল পোৱা
সামৰি ৰাখো প্ৰতি দিন প্ৰতি নিশা
উঠে শিয়ৰি মন মোৰ অজানিতে
আছে নেকি দুখ সুখৰ সীমনাতে
দিশ হাৰা হৈ মোৰ মনে
চাৱনিতে যুৰ বিচাৰে

এখনি নিলীম সাগৰ তোমাৰ দুচকুত
বিলীন ম‌ই তোমাৰ দুচকুত
জীয়া জীয়া মোৰ আশাৰ আকৰ
তোমাৰ দুচকুত

Download Link: Tumar Dusokut Lyrics | তোমাৰ দুচকুত | Bhagyadevi Theatre

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form