Tumi Moi Edin (তুমি মই এদিন) By Zubeen Garg & Nirmali Das | Assamese Lyrics

SONG: Tumi Moi Edin (তুমি মই এদিন)

SINGER: Zubeen Garg & Nirmali Das



Tumi Moi Edin (তুমি মই এদিন) Assamese Lyrics:—


তুমি মই এদিন জানা ঘৰ সাজিমে,
ঘৰ সাজিমে,
তাতে জোন থাকিব,
তাতে তৰা থাকিব,
তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব……
তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব……
তুমি মই এদিন জানা ঘৰ সাজিমে,
ঘৰ সাজিমে,
তাতে জোন থাকিব,
তাতে তৰা থাকিব,
তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব……
তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব……
জোনে পোহৰ দিব, তৰায়ো হাঁহিব,
জোনাকেও গাব গান,
তাৰে মাজে মাজে, তোমাৰ মোৰ মাজতে,
থাকিব মৰমৰে তান…….
থাকিব মৰমৰে তান…….
সচাঁকৈ…. এদিন আমি ঘৰ সাজিমে,
ঘৰ সাজিমে,
তাতে সুৰ থাকিব,
তাতে হাঁহি থাকিব,
তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব……..
তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব……..
দুৱৰি নিয়ৰে, কিনো কথা পাতে,
তাকে শুনিম আমি ৰৈ,
সুখৰ দলিচাতে, জিৰাম আমি দুয়ো,
উৰে জীৱনলে ঐ…….
উৰে জীৱনলে ঐ…….
তুমি মই এদিন জানা ঘৰ সাজিমে,
ঘৰ সাজিমে,
তাতে প্ৰেম থাকিব,
তাতে হৃদয় থাকিব,
তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব…….
তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব…….
তুমি মই এদিন জানা ঘৰ সাজিমে,
ঘৰ সাজিমে,
তাতে প্ৰেম থাকিব,
তাতে হৃদয় থাকিব,
তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……
তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……
মৰমে মৰমক, সাৱতি ৰাখিব,
সুখেৰে ভৰিব প্ৰাণ,
দুখৰ ধুমুহাও দূৰতে থমিব,
শুনি জীৱনৰে গান…….
শুনি জীৱনৰে গান…….
সচাঁকৈ…. এদিন আমি ঘৰ সাজিমে,
ঘৰ সাজিমে,
তাতে সময় থাকিব ,
তাতে জীৱন থাকিব,
তাতে মৰমে মৰমক সাৱতি থাকিব……
তাতে মৰমে মৰমক সাৱতি থাকিব……
সচাঁকৈ…. এদিন আমি ঘৰ সাজিমে,
ঘৰ সাজিমে,
তাতে সময় থাকিব ,
তাতে জীৱন থাকিব,
তাতে মৰমে মৰমক সাৱতি থাকিব…….
তাতে মৰমে মৰমক সাৱতি থাকিব…….
চকু মেলি এই জান, তোমাকে দেখিমে,
যিদৰে আকাশত বেলি জোন,
জনম জনমলে,
সপোন সচাঁ কৰি,
হ’মে দুয়োৰে আপোন…….
হ’মে দুয়োৰে আপোন…….

Download Link: Tumi Moi Edin (তুমি মই এদিন) By Zubeen Garg & Nirmali Das | Assamese Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form