O Bideshi Bandhu (অ' বিদেশী বন্ধু) By Bhupen Hazarika | Lyrics In Assamese

Song:  O Bideshi Bandhu (অ’ বিদেশী বন্ধু)

Singer: Bhupen Hazarika



 O Bideshi Bandhu (অ’ বিদেশী বন্ধু) Lyrics In Assamese:—

অ’ বিদেশী বন্ধু
দুৰ্ভগীয়া,
আজি কিয়নো বন্ধু
অকলশৰীয়া……..
প্ৰতিধ্বনি শুনো কান্দোনৰ
অ’ বিদেশী বন্ধু
দুৰ্ভগীয়া………
প্ৰেমৰ সাগৰে,
জাহাজ মেলিলি,
নাপালি কোনো বন্দৰ,
সৰু চাকনৈয়াতে বন্দী হলি,
হেৰুৱালি তোৰ লঙ্গৰ,
অ’ বিদেশী বন্ধু
দুৰ্ভগীয়া
আজি কিয়নো বন্ধু
অকলশৰীয়া……..
চিৰ সেউজতে,
চামেলি দেখিলি,
অতি মনমুগ্ধকৰ,
লিৰিকি বিদাৰি সুগন্ধি লওঁতেই,
চামেলি হ’লগৈ পৰ,
অ’ বিদেশী বন্ধু
দুৰ্ভগীয়া,

আজি কিয়নো বন্ধু

অকলশৰীয়া……….

Download Link: O Bideshi Bandhu (অ' বিদেশী বন্ধু) By Bhupen Hazarika | Lyrics In Assamese

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form