Trending

Gaan Likhu Moi Lyrics By Jyoti Prasad Agarwala

Song: Gaan Likhu Moi (গান লিখোঁ মই)

Singer: Jyoti Prasad Agarwala

Gaan Likhu Moi Lyrics
Gaan Likhu Moi Lyrics

Gaan Likhu Moi Lyrics:—

গান লিখোঁ মই
প্ৰাণ জগাবলৈ
প্ৰাণ ঢালোঁ মই
কণ্ঠে কণ্ঠে গান জগাবলৈ ৷

সেই কোটি কণ্ঠৰ গানে
যদি পৃথিৱীৰ নতুন জীৱন আনে
সেই জীৱনৰ নুপূৰা আশাৰে
গান লিখি যাম
বাৰে বাৰে
অগ্নি ভাষাৰে

মোৰ শেষৰ অগ্নিবাণে
আৰু নতুনৰ
নতুন তানে তানে
ভৱিস্যলৈ যাব

কোন কৰবাৰ নতুন জীৱনত
তাৰ, সেই জীৱনৰ সুৰ বিচাৰি পাব ৷৷

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form