Hunguti Lyrics – Ramen Danah & Priyanka Bharali

featured image

Hunguti Lyrics by Ramen Danah, Priyanka Bharali is the latest Assamese song with music also given by Ujjwal Aarong. Hunguti lyrics are written by Ramen Danah, Ridip Rankit.

Hunguti Song Details:

Song: Hunguti
Singer(s): Ramen Danah, Priyanka Bharali
Musician(s): Ujjwal Aarong
Written by: Ramen Danah, Ridip Rankit
Label(©): Ramen Danah Musical

Hunguti Lyrics

সোণগুটি সোণালী ধাননি
জিকমিক জিকমিক
মুকুতা নে মণি
লনি মনি ধুনীয়া ছোৱালী
দীপলিপ দীপলিপ
দেৱী নে গোঁসানী

হাঁয় ঐ
হাঁহি দিলে মিচিকিয়াই
ফুল ফুলে কিনো জকেমকাই
লাহি লাহি দেহা ঈশ্বৰে
কেনেকৈনো সজাই

হায় ঐ পদুম
বুকুৰ লাতুম
খুন্দি খুন্দি খুন্দি
খুন্দি মৰম শিলে
কলিজা ৰঙা পেলাই

নৈৰ চেঙেলী গৰা
পথাৰ শুৱনী নৰা
মাইনা তোমাৰ বুকুৰে মণি
মই নে কোনোবা

মৰম ঢালি দিয়া
কোমল হিয়াৰ পৰা
তোমাৰ মোৰে প্ৰেম কাহিনীত
আমিয়েই কৃষ্ণ ৰাধা

আঁচল উৰে বতাহত
পাগল কৰে মন
বুকুত বাঢ়ে মৰমৰে
বাঢ়নি নদীখন
উৰণীয়া বয়সত
হিয়া উচাটন
চাদৰে কেনেকৈ ঢাকো
আপদীয়া যৌৱন
আপদীয়া যৌৱন

কঁহুৱা কোমল দেহাতে
ফুলদানি যৌৱনৰে
অ কলিজা
মোৰ কলিজা
মোলৈকে ৰাখিবা
নজহা-নপমাকে

জান বুলি মাতিবলে
নিদিওঁ তোমাক আনকে
অ কলিজা
মোৰ কলিজা
মোৰ দৰে তোমাক
কোনে ভাল পাব পাৰে

Hunguti Song Video

We Hope You Liked the Hunguti Lyrics – Ramen Danah & Priyanka Bharali, If You Found Mistakes in the Lyrics “Hunguti Lyrics – Ramen Danah & Priyanka Bharali” kindly Submit Us With the Correct Hunguti Lyrics – Ramen Danah & Priyanka Bharali Song! Thanks for visiting our Lyrics App!

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form