Trending

Kasijun Lyrics – Minakshi Madhupriya & Akash Pritom

featured image

Kasijun Lyrics (Tumare Oi Hahite) by Minakshi Madhupriya & Akash Pritom is a Newly released Assamese song. Kasijun Lyrics are written by Akash Pritom while the song music is given by Akash Pritom.

Kasijun Song Details:

Song: Kasijun
Singer(s): Minakshi Madhupriya & Akash Pritom
Musician(s): Akash Pritom
Written by: Akash Pritom
Label: Akash Pritom

Kasijun Lyrics

তোমাৰে ঐ হাঁহিতে দেখো কাঁচিজোন
বাৰে বাৰে প্ৰেমতে পৰি থাকোঁ চোন
মন যায় জানা চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰ চাপি সাৱতি ল’বলে
তুমি চাগে জানাই কিমান ভালেপাওঁ
তোমাৰে দুচকুত নিজকে দেখা পাওঁ
এ হয় হয় তোমাৰ নামত পগলা হ’লো
এ হয় মই তোমাকে বাছি বাছি ল’লো

অ’ প্ৰেমৰে দৰিকা বুকুতে আছে যে বৈ
মোৰ কেঁচা কলিজাখন তুমি কাঢ়ি নিলা ঐ
তোমাৰ মিঠা হাঁহিতে উজুটি খালোঁ যে মই
মোৰ বলিয়া যৌৱনক খামুচি ধৰিলা ঐ
মন যায় জানা চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰচাপি সাৱতি ল’বলে
তুমি চাগে জানাই কিমান ভালেপাওঁ
তোমাৰে দুচকুত নিজকে দেখা পাওঁ
এ হয় হয় তোমাৰ নামত পগলা হ’লো
এ হয় মই তোমাকে বাছি বাছি ল’লো

তুমি চালে দুচকুলে নাজানো কি হৈ যায়
একোতে মন নবহে নাজানো কিহে পাই
আধৰোৱা কলিজাখন দিবানে আহি পুৰায়
তোমাৰ পৰা নিদিবা মোকেনো আঁতৰাই
মন যায় জানা চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰচাপি সাৱতি ল’বলে
তুমি চাগে জানাই কিমান ভালেপাওঁ
তোমাৰে দুচকুত নিজকে দেখা পাওঁ
এ হয় হয় তোমাৰ নামত পগলা হ’লো
এ হয় মই তোমাকে বাছি বাছি ল’লো

Kasijun Song Video

Share it:

Hope You Liked the Post, If You Found Mistakes in the Lyrics “Kasijun Lyrics – Minakshi Madhupriya & Akash Pritom” kindly Submit Us With the Correct Kasijun Lyrics – Minakshi Madhupriya & Akash Pritom Song! Thanks for visiting us!

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form