Tumi Junak Lyrics – Neel Akash & Ereka

featured image

Tumi Junak Lyrics by Neel Akash & Ereka is the latest Assamese song with music also given by Pranoy Dutta. Tumi Junak lyrics are written by Buddha Jyoti Bezbaruah. The music video features Celesti Bairagey, Yasashree Bhuyan & Deepjyoti Mahanta.

Tumi Junak Song Details:

Song: Tumi Junak
Singer(s): Neel Akash & Ereka
Musician(s): Pranoy Dutta
Written by: Buddha Jyoti Bezbaruah
Label(©): Future Digital Ent.

Tumi Junak Lyrics

তুমি হৈ তোমাতেই আছোঁ মই,
চোৱাঁনা নিজতে বিচাৰি
মৰমৰ এধানি তুমি যেন ৰ’দৰ সুৰভি

কিদৰেনো মই বুজাওঁ তোমাক!
তুমি কাষৰত মানেই জোনাক
বুকুৰ সপোনজাকে দিয়ে
মাথোঁ অনুভৱ আজি তোমাৰ

এতিয়া সপোন-নদীৰ পাৰত
শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ
তোমাৰ য’ত তুমি জোনাক

এতিয়া সপোন-নদীৰ পাৰত
শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ
তোমাৰ য’ত তুমি জোনাক

তুমি চোৱাঁ মোলে, তুমি চোৱাঁ
তুমি চোৱাঁ মোলে’ তুমি ৰোৱাঁ মোৰ হৈয়ে
ৰোৱাঁ চিৰজীৱনলে’

তুমি চোৱাঁ মোলে, তুমি চোৱাঁ
তুমি চোৱাঁ মোলে’ তুমি ৰোৱাঁ মোৰ হৈয়ে
ৰোৱাঁ চিৰজীৱনলে’

এখনি অকণমানি পৃথিৱী তুমি মোৰ
তোমাৰেই ভাৱনাতে মই আজি বিভোৰ
পোহৰৰ ছবি তুমি হিয়াৰে কোণৰ
ৰৈ যোৱা বাটৰ তুমি খোজ আৱেগৰ

জীৱনৰ প্ৰতিটো পুৱতিৰ এমুঠি ৰ’দ হৈ
কাষতে ৰ’বানে প্ৰেৰণাৰ এখনি নদী হৈ?
দুখৰ সাগৰ ভেদি সূৰুয খেদি বিচাৰি যাম পোহৰ
এন্ধাৰতো ৰ’বাহি মৰমৰ আভা হৈ তুমি

এতিয়া সপোন-নদীৰ পাৰত
শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ
তোমাৰ য’ত তুমি জোনাক

এতিয়া সপোন-নদীৰ পাৰত
শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ
তোমাৰ য’ত তুমি জোনাক

এতিয়া সপোন-নদীৰ পাৰত
শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ
তোমাৰ য’ত তুমি জোনাক

এতিয়া সপোন-নদীৰ পাৰত
শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ
তোমাৰ য’ত তুমি জোনাক

তুমি চোৱাঁ মোলে, তুমি চোৱাঁ
তুমি চোৱাঁ মোলে’ তুমি ৰোৱাঁ মোৰ হৈয়ে
ৰোৱাঁ চিৰজীৱনলে’

তুমি চোৱাঁ মোলে, তুমি চোৱাঁ
তুমি চোৱাঁ মোলে’ তুমি ৰোৱাঁ মোৰ হৈয়ে
ৰোৱাঁ চিৰজীৱনলে’

Tumi Junak Song Video

We Hope You Liked the Tumi Junak Lyrics – Neel Akash & Ereka, If You Found Mistakes in the Lyrics “Tumi Junak Lyrics – Neel Akash & Ereka” kindly Submit Us With the Correct Tumi Junak Lyrics – Neel Akash & Ereka Song! Thanks for visiting our Lyrics App!

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form