Toi Xuniso Ne Lyrics – Lakhinandan Lahon

featured image

Toi Xuniso Ne Lyrics by Lakhinandan Lahon is the latest Assamese song. The song lyrics were written by Sharat Gogoi while the music is given by Avinav Hazarika lau.

“Toi Xuniso Ne” Track Info:

Song: Toi Xuniso Ne
Singer: Lakhinandan Lahon
Music: Avinav Hazarika lau
Lyrics: Sharat Gogoi

Toi Xuniso Ne Lyrics

নিশা সুৰ মলয়াত উৰি,
গভীৰ বিমন হৈ গৈ আছে।
চাবি তোৰ নিজান ৰাতি,
কাণতে গৈ বাজিব মোৰ সুৰ উদাসী।
তই শুনিছনে নাই ?
তোৰ বাবে আছোঁ গায়,
তাকেই ভাবি গোটেই ৰাতি।
ভগা চিচাতে মই চাই,
নিজক শান্তনাত পুতি আছোঁ ৰাতি,
গোটেই ৰাতি।
ৰাতিপুৱা উঠি মই বিচাৰিলো হাঁহি,
মুখতে তোৰে ঋতে দিলে এন্ধাৰ সানি।
দৌৰি আছোঁ কামতে পাহৰাৰ আশাতে,
তোৰে যে কৰাল প্ৰেমকে সহজেৰে।
সৰি পৰা শুকান পাতে
দিয়ে সহাৰি,
আকৌ নিশা কিয় জানো,
তোৰ কথা মচিব নোৱাৰি।

জামিনীৰ যৱনিকাত
তাপিত সুৰে সঘনে মোক আহি,
হিয়াৰ উন্মনাত ৰিক্ত ছবিয়ে
দিয়ে আজি বিমন সানি।
লিখোঁতে কাগজতে
প্ৰতিদিনে পৰে চকুৰেপানী,
ইৰিণত কিয় তোৰ স্মৃতিয়ে
নিয়ে মন মোৰ টানি।
আজি ৰিঙা মোৰ হৃতে বিচাৰিছে
নেহা তোক,
আহি নিৰিবিলি পুঞ্জনক সানি দে
প্ৰীতিৰ সুখ।
তই শুনিছ নে নাই
হ অ অ অ অ।
তোৰ বাবে আছোঁ গায়
হ অ অ অ অ।

তই শুনিছনে নাই,
তোৰ বাবে আছোঁ গায়।
তাকেই ভাবি,
গোটেই ৰাতি।
ভগা চিচাতে মই চাই
নিজক শান্তনাত পুতি আছোঁ
ৰাতি গোটেই ৰাতি।
ৰাতিপুৱা উঠি মই বিচাৰিলো হাঁহি,
মুখতে তোৰে ঋতে দিলে এন্ধাৰ সানি।
দৌৰি আছোঁ কামতে
পাহৰাৰ আশাতে,
তোৰে যে কৰাল প্ৰেমকে সহজেৰে।

Written By:
Sharat Gogoi

Toi Xuniso Ne” Music Video

We Hope You Liked the Toi Xuniso Ne Lyrics – Lakhinandan Lahon, If You Found Mistakes in the Lyrics “Toi Xuniso Ne Lyrics – Lakhinandan Lahon” kindly Submit Us With the Correct Toi Xuniso Ne Lyrics – Lakhinandan Lahon Song! Thanks for visiting our Lyrics App!

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form