Bhagoruwa Pokhi Lyrics – Sharat Gogoi Ft. Vicky Das |

featured image

Bhagoruwa Pokhi Lyrics In Assamese. Sung by Vicky Das. Music by Zane98. The song Lyrics were penned down by Ujjal Protim Bora. Music composed by Sharat Gogoi.

Bhagoruwa Pokhi Lyrics

উৰি যোৱা পখী
ভাগৰি ভাগৰি পৰিছে সীমনাতে
মন্দাকিনী ৰাগিণীত মোৰ আশিকা
জহি খহি ৰয় প্ৰাপ্তিৰ বাটতে, বাটতে
স্ৰোতস্বিনী হৈ বেদনা
নিগৰিছে ,অহেতুকে প্ৰতিপলে মোৰ
দহি আছে মোক

তুমি দিপ্তী সিচি হোৱা দাবচা
তুমি ৰক্ত ঢালি বোৱা তলোদা
তুমি পুংগলে জিৰোৱা

মন মৰহা পাহি
আছো অনীহে হাঁহি
নিশা আন্ধাৰে আঘ‍াত সানে নিৰৱে আহি
তুমি হঠাতে আহি মোৰ

তুহিনৰ পৰশে
জঠঙা দেহতে
শূন্য হিয়াতে
প্ৰাণকে ঢালিলা
প্ৰণয়ত পুৱতি মন

অবিনাশী উতনুৱা প্ৰেমে
কিয় জানো বান্ধিছে গোপনে
অভিমানী অঘোৰা জোৱাৰে
নিতে নাচে নিৰহে হিয়াতে
অনুৰণে ৰচা নিনাদে অৱধি ভাঙে
প্ৰতিক্ষণে প্ৰতিপদে
উপবাসী স্তব্ধ জীৱনতে
শুষ্ক বুকুতে মোৰ…

উৰি যোৱা পখী
ভাগৰি ভাগৰি পৰিছে সীমনাতে

উৰি যোৱা পখী
ভাগৰি ভাগৰি পৰিছে সীমনাতে

Written by:
Ujjal Protim Bora

Song Details

Song Bhagoruwa Pokhi
Singer Vicky Das
Music Zane98
Lyrics Ujjal Protim Bora
Language Assamese
Compose Sharat Gogoi
Music Label Sharat Gogoi Official

Music Video Of Bhagoruwa Pokhi

Bhagoruwa Pokhi Lyrics

You May Also Like

[crp]

AxomLyrics Faqs & Trivia

Who is the singer of the “Bhagoruwa Pokhi” song?

Vicky Das has sung the “Bhagoruwa Pokhi” song.

Who is the lyricist of the “Bhagoruwa Pokhi” song?

Ujjal Protim Bora has written the lyrics of the “Bhagoruwa Pokhi” song.

Who composed the music of the “Bhagoruwa Pokhi” song?

Zane98 composed the music of the “Bhagoruwa Pokhi” song.

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form