অ’ জিঞা O Jiya Lyrics – Himangshu Jaan Sarma |

featured image

O Jiya Lyrics, sung by Himangshu Jaan Sarma. Music by Hirakjyoti Nath. Lyrics penned by Himangshu Jaan Sarma. Latest Assamese Song.

Song Details

  • Lyrics, Vocal & Composition: Himangshu Jaan Sarma
  • Music Production, Mix & Master: Hirakjyoti Nath
  • Additional Vocal: Hirakjyoti Nath
  • Sound Design: Anshuman Rong Boruah
  • 3D Modelling: Uddipan Bhattacharyya
  • Concept, Design & Animation: Uddipta Kumar Bhattacharyya
  • Label: Jollywood Now Music

O Jiya Lyrics In Assamese

” অ’ জিঞা
মোৰ আকাশতে প্ৰণয়তে আলফুলে থ’ম তোমাকে
জিঞা
তুমি হ’বা মোৰ জোনাকৰে এটি মিঠা সপোনৰে
ভালপোৱা
দি যাবা তুমি আহি মোক মনে মনে

দুচকুতে মোৰ কি ঢালি দিলা
কতোৱেই নবহেচোন মোৰ মন
একাজল মৰম বিয়পিছে
তাতেই তুমি মোৰ ৰজনীগন্ধা

তোমাতেই মই বিলীন হৈ থাকিম

মোৰ আকাশ তোমাতেই ধুনীয়া
তুমি আহি দিলা তাতে মৰম প্ৰেৰণা
জোনাকী দেশত দুয়োৰে ঠিকনা
আনি দিম তোমাক তুমি যি বিচৰা

দুচকুতে মোৰ কি ঢালি দিলা
কতোৱেই নবহেচোন মোৰ মন
একাজল মৰম বিয়পিছে
তাতেই তুমি মোৰ ৰজনীগন্ধা

তোমাতেই মই বিলীন হৈ থাকিম

অ’ জিঞা
মোৰ আকাশতে প্ৰণয়তে আলফুলে থ’ম তোমাকে
জিঞা
তুমি হ’বা মোৰ জোনাকৰে এটি মিঠা সপোনৰে
ভালপোৱা
দি যাবা তুমি আহি মোক মনে মনে
ভালপোৱা
অ’ জিঞা “

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form