পেডেল মাৰি মাৰি Padel Maari Maari Lyrics – Babu Baruah

featured image

Padel Maari Maari Lyrics, sung by Babu Baruah. Lyrics & Composed by Rekibul Hassan. Featuring Amrita Gogoi & Pankaj Ingti. Super Hit Assamese Song.

Song Credits

  • Song : Padel Maari Maari
  • Album: Babur Gaan
  • Singer : Babu Baruah (Kumud Chandra Baruah)
  • Produced By: Babu Baruah (Kumud Chandra Baruah)
  • Lyrics & Composition: Rekibul Hassan
  • Label: Times Music
  • Cast: Amrita Gogoi & Pankaj Ingti

Padel Maari Maari Lyrics

অ’ পেডেল মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি
অ’ ভণ্টী চাইকেল চলাই যাম
পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভণ্টী তোমাৰে ঘৰ পাম
অ’ পেডেল মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি
অ’ ভণ্টী চাইকেল চলাই যাম
পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভণ্টী তোমাৰে ঘৰ পাম

পদূলিমূৰতে গৈ তোমালৈয়ে বাটে চাম
ঘৰলৈ মাতিলে মোক ভিতৰলৈ সোমাই যাম
পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভণ্টী তোমাৰে ঘৰ পাম

দুচকু পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক
অ’ ভণ্টী তোমালৈয়ে চাম
কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
যেতিয়া তোমাক কাষত পাম
দুচকু পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক
অ’ ভণ্টী তোমালৈয়ে চাম
কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
যেতিয়া তোমাক কাষত পাম

গোলাপী দুগালতে মৰমৰে চুমা খাম
কলিজাত লিখা আছে এটি মাথোঁ তোমাৰ নাম
কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
যেতিয়া তোমাক কাষত পাম

জ্বলিছে উমি উমি উমি উমি উমি উমি
বুকুতে পীৰিতিৰে জুই
তোমাকে চুমি চুমি চুমি চুমি চুমি চুমি
থাকিম যেন কাষৰতে শুই
জ্বলিছে উমি উমি উমি উমি উমি উমি
বুকুতে পীৰিতিৰে জুই
তোমাকে চুমি চুমি চুমি চুমি চুমি চুমি
থাকিম যেন কাষৰতে শুই

মৰমৰ কঠীয়াৰে মনৰ পথাৰ দিবাঁ ৰুই
হাঁহি আৰু ধেমালিৰে চকুলোবোৰ নিবাঁ ধুই
তোমাকে চুমি চুমি চুমি চুমি চুমি চুমি
থাকিম যেন কাষৰতে শুই

অ’ পেডেল মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি
অ’ ভণ্টী চাইকেল চলাই যাম
পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভণ্টী তোমাৰে ঘৰ পাম

পদূলিমূৰতে গৈ তোমালৈয়ে বাটে চাম
ঘৰলৈ মাতিলে মোক ভিতৰলৈ সোমাই যাম
পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভণ্টী তোমাৰে ঘৰ পাম
পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভণ্টী তোমাৰে ঘৰ পাম

Music Video Of Pedal Mari Mari Song

We Hope You Liked the পেডেল মাৰি মাৰি Padel Maari Maari Lyrics – Babu Baruah, If You Found Mistakes in the Lyrics “পেডেল মাৰি মাৰি Padel Maari Maari Lyrics – Babu Baruah” kindly Submit Us With the Correct পেডেল মাৰি মাৰি Padel Maari Maari Lyrics – Babu Baruah Song! Thanks for visiting our Lyrics App!

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form