ফটো Photo Song Lyrics – Zubeen Garg & Priyanka Bharali |

featured image

Photo Song Lyrics, sung by Zubeen Garg & Priyanka Bharali. Music by Dipkesh Borgohain. Lyrics penned by Debesh Roy. Casting Absar & Priyam Pallabee .

Song Details

  • Song: Photo
  • Singer: Zubeen Garg & Priyanka Bharali
  • Lyricist: Debesh Roy
  • Tune: Debesh Roy
  • Music-Mix-Mastering: Dipkesh Borgohain
  • Cast : Absar,Priyam Pallabee
  • Video Director: Ashim Gogoi
  • Label: Times Music Assamese

Photo Song Lyrics In Assamese

অ’ অ’ অ’

আধা খোলা ফটো খনি চাই
ওৰে নিশা টোপনি মোৰ নাই

Mobile On কৰি
ঘনাই চাওঁ খুলি
কিজানিবা মন মোৰ জুৰাই!!

আধা খোলা ফটো খনি চাই
সীমা আৰু নাযাবা চেৰাই

আধাতেই বাধা
তাতেই হে মজা
হেঁপাহ বোৰ আছে যে লুকাই!!

বেলিও আনিম
তৰাও বুটলিম
তোমালৈ জান তোমালৈ

পাহাৰো বগাম
সাগৰ সাঁতুৰিম
তোমাৰ হৈ জান তোমাৰ হৈ

বেলি নহলেও তৰা নাথাকিলেও
লাগে মৰম সঁচা হৃদয়ৰ

বেলি নহলেও তৰা নাথাকিলেও
লাগে মৰম সঁচা হৃদয়ৰ

ৰাধা হ’বা মই হ’ম কানাই
মৰম বিলাম আমি দুজনাই

বাঁহীৰ মাত শুনি
নিজকে পাহৰি
মনে তাতে থাকিব জিৰাই!!

অ’ অ’ অ’

মৰম ও যাঁচিম
সপোনবোৰ ৰচিম
তোমালৈ জান তোমালৈ

আশাবোৰ সিঁচিম
ওৰে জীৱন থাকিম
তোমাৰ হৈ জান তোমাৰ হৈ

মনে মিলিলে দুখনি হিয়াৰে
বাধা দিয়ে কোনে আমাক ঐ

মনে মিলিলে দুখনি হিয়াৰে
বাধা দিয়ে কোনে আমাক ঐ

বাধা দিলে মা দেউতাই
বুজাম মই কাষত বহুৱাই

মৰমে ৰাখিব
সুখেৰে খুৱাব
থাকিম সুখৰ পঁজাটি সজাই!!!

Music Video Of Photo Song

We Hope You Liked the ফটো Photo Song Lyrics – Zubeen Garg & Priyanka Bharali |, If You Found Mistakes in the Lyrics “ফটো Photo Song Lyrics – Zubeen Garg & Priyanka Bharali |” kindly Submit Us With the Correct ফটো Photo Song Lyrics – Zubeen Garg & Priyanka Bharali | Song! Thanks for visiting our Lyrics App!

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form