হালধীয়া বৰষুণ Halodhiya Boroxun Lyrics – Kongkona Borah |

featured image

Halodhiya Boroxun Lyrics In Assamese & English, sung by Kongkona Borah. Composed by Mrinmoy Mrittick. Lyrics pinned by Amitava Phookan.

Song Credits

  • Song – Halodhiya Boroxun
  • Singer – Kongkona Borah
  • Composition – Mrinmoy Mrittick
  • Lyrics – Amitava Phookan
  • Music – Anjan Phukan
  • Vocal Recorded at Studio Brahma, Guwahati.
  • Mixing & Mastering – Himanshu Garg (Mitpan) @ Symphony Records, Dibrugarh.
  • Label: Dhwani Records

Halodhiya Boroxun Lyrics In Assamese

বৰষুণ বৰষুণ বৰষুণ বৰষুণ
ৰ’দ সনা দুপৰীয়া
আঁৰতে থৈ বৰষুণ।
হালধীয়া বৰষুণ।
ৰৈ যোৱা ৰৈ যোৱা
এবাৰ ঘূৰি চোৱা
আলসুৱা বৃষ্টি প্ৰেমৰ সৃষ্টি
মোৰ ভালপোৱা ৰামধেনু।

জোনাকেও বিচাৰে সংগ তোমাৰ
পলাশৰ ৰক্তিম আভা
সপোনৰ কৃষ্ণচূড়া।
ৰৈ যোৱা ৰৈ যোৱা
এবাৰ ঘূৰি চোৱা
হালধীয়া বৰষুণ।
হালধীয়া বৰষুণ।

মেঘ বোৰো ৰৈছে কোলাহল কৰি
বৈছে বৰদৈচিলা গোলাপৰে পুৱা।
বৰষুণ বৰষুণ বুকুতে ৰুই দিলা
এডালি সোণাৰু প্রজাপতিৰ মেলা।
চকুত সুখৰ আঁকিলা সপোন
হালধীয়া বৰষুণ।

বৰষুণ বৰষুণ বৰষুণ বৰষুণ
ৰ’দ সনা দুপৰীয়া
আঁৰতে থৈ বৰষুণ।
হালধীয়া বৰষুণ।

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form