কি নাম দি মাতিম Ki Naam Di Matim Lyrics Full – Arshad Zaman

featured image

KI NAAM DI MATIM LYRICS FULL, sung by Arshad Zaman,. Lyrics pinned by Arifa Begum & Arshad Zaman. Romantic Assamese Song 2021.

Song Credits 

  • Vocalist – Arshad Zaman
  • Lyrics – Arifa Begum & Arshad Zaman
  • Music Arrangement/Composition – Arshad Zaman
  • Additional Music/Mixing & Mastering – Gauri Shankar Lahon
  • Cast – Shreya Borthakur & Arshad Zaman
  • Label: Dhwani Records

KI NAAM DI MATIM LYRICS FULL

নাজানোঁ মই

কিয় বাৰু আহিছিলা

দুচকু, পৃথিৱী সাৱটি ।

নাজানোঁ মই

কিয় বাৰু আহিছিলা

দুচকু, পৃথিৱী সাৱটি ।

মিঠা হাঁহিয়ে বুকু জুৰুৱা

দুচকুতে মোৰ দুচকুতে তুমি,

মিঠা হাঁহিয়ে বুকু জুৰুৱা

দুচকুতে তুমি …।

কি নাম দি মাতিম

কৈ দিয়া

কি নাম দি মাতিম

কৈ দিয়া …।।

মেঘালী চুলি সাগৰৰ যেন

তোমাক ভাবি বুকুত,

মৌন ওঁঠত তোমাৰ

চঞ্চল মোৰ হিয়া ।

নীলা বগা আকাশতে

ৰামধেনু ভাৱনাৰ

সেই বাটেৰেই যাম তোমাৰ বিচাৰি ঠিকনা

আজি সপোনে মোৰ জোনাকৰ ঢৌ হৈ নাচিছে …

এচেৰেঙা মিঠা হাঁহিয়ে বাৰে বাৰে মোক আমনি কৰে।

মিঠা হাঁহিয়ে, বুকু জুৰুৱা

দুচকুতে মোৰ দুচকুতে তুমি,

মিঠা হাঁহিয়ে, বুকু জুৰুৱা

দুচকুতে তুমি …।

কি নাম দি মাতিম কৈ দিয়া

কৈ দিয়া

কি নাম দি মাতিম কৈ দিয়া

কৈ দিয়া ।।

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form