Tumi Aji Mur Lyrics (তুমি আজি মোৰ)

Song: Tumi Aji Mur 

Singer: Zubeen Garg

Tumi Aji Mur Lyrics

তুমি আজি মোৰ

জীৱন বাটৰ লগৰী হ’লা । (২)

মোৰে জীৱনলে তুমি

মোৰ আপোন হ’লা । (২)

তুমি আজি মোৰ

জীৱন বাটৰ লগৰী হ’লা ।

সুখ আহে যায়

দুখ আহে যায়

অকাতৰে পাৰ হৈ যায় । (২)

কিমান যে ধুমুহা 

কিমান যে ধুমুহা 

তথাপি প্ৰেমৰ 

চাঁকি যে নুনুমায় । (২)

AssameseLyrical.com

পাওঁ বা নাপাওঁ 

পুনৰ এই জীৱন

হ’ব জানো

আশা পুৰণ । (২)

কিমান যে প্ৰৰণা

কিমান যে প্ৰৰণা ।

সহযাত্ৰী আমি যে

দুয়ো যুগে যুগে । (২)

তুমি আজি মোৰ

জীৱন বাটৰ লগৰী হ’লা 

তুমি আজি মোৰ

জীৱন বাটৰ লগৰী হ’লা… ।

Download Link: Tumi Aji Mur Lyrics (তুমি আজি মোৰ)

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form