Akoluwa Song Lyrics (আকলুৱা)

Song: Akoluwa 

Singers: Zubeen Garg & Aparajita Choudhury 

Akoluwa Song Lyrics


আকলুৱা মৰমে 

বিচাৰে তোমাকে 

আছা ক’তে তুমিনো ৰৈ

ৰাতি ৰাতি আবেগে

তোমাকে সাৱতে

তুমিনো আছা ক’তে ৰৈ 

মোৰো মন আকাশো

তোমাতে হয় মগন

জানাই চোন সকলো

তুমিয়ে মোৰ জীৱন

AssameseLyrical.com

ওও দিলা কিনো 

মৰম উপচাই

ওওও দুই ওঁঠৰ পৰশে

পগলা কৰিলে

আবেগেৰে বুকু উপচায়

বুজো বুজো মই 

নকলেও জানো জানো মই

সচাঁকৈ তুমি মোৰে সোণ

কোৱানা এবাৰ

ভাবো ভাবো মই

নকলেও জানো জানো মই

দুবাহুত তুমি মোৰে সোণ

আহা চোন এবাৰ

মোৰেনো দুহাতত

থোৱাচোন দুয়ো হাত

মোৰেনো সপোনত

তুমিয়েই পাৰিজাত

ওও দিলা কিনো 

মৰম উপচাই ওওও

দুচকুৰ আবেগে

বলিয়া কৰিলে

আৱেগেৰে বুকু উপচাই

মোৰো মন আকাশো

তোমাতে হয় মগন

জানাই চোন সকলো

তুমিয়ে মোৰ জীৱন

ওও দিলা কিনো 

মৰম উপচাই 

ওওও দুই ওঁঠৰ পৰশে

পগলা কৰিলে

আবেগেৰে বুকু উপচাই

Download Link: Akoluwa Song Lyrics (আকলুৱা)

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form