Mori Jaam Mori Jaam Lyrics (মৰি যাম মই মৰি যাম)

 

Song: Mori Jaam Mori Jaam

Singer: Zubeen Garg & Khyanmoyur

Mori Jaam Mori Jaam Lyrics


মৰি যাম মই মৰি যাম

সচাকৈ মই মৰি যাম

তোক নাপালে মাজনি

নিগমে মই মৰি যাম

লিখি যাম মই লিখি যাম

সচাকৈ মই লিখি যাম

তোৰ কলিজাৰ তেজেৰে

চিঠি খনি লিখি যাম

সপেন ভাঙি যাব

আশা হেৰাই যাব

ও তই নাথাকিলে

থাকিম মই কেনেকে

জীয়াই থাকিব নোৱাৰি 

মোৰ জান ঐ

জীয়াই থাকিব নোৱাৰি

জীয়াই থাকিব নোৱাৰি 

মোৰ জান ঐ

জীয়াই থাকিব নোৱাৰি

AssameseLyrical.com

 

নেদেখা ঈশ্বৰে কিনো লিখিলে

উকা মোৰ কপালতে

নহব গৈ চাগে মিলন আমাৰে

এইটো জনমতে

ভুল নুবুজিবি অভিশাপ নিদিবি

নোৱাৰো নোবাৰো তোৰ হবলে

নোৱাৰো নোৱাৰো তোৰ হবলে

উকা হৈ এ ৰ’ব মোৰ বুকুখনি

বিষাদ বেদনাই ও খাৱ খুলু খুলি

কোনে নো দিব বুজনি 

মোৰ জান ঐ 

কোনে নো দিব বুজনি

প্ৰেমৰ আয়ুস ৰেখা

ইমান চুটি নিকি

শেষ হ’ব নিকি 

মোৰ এই জীৱনটি

আশানাই তোকে পাবলে মোৰ জান ঐ

আশা নাই তোকে পাবলে

আশানাই তোকে পাবলে মোৰ জান ঐ

আশা নাই তোকে পাবলে

Download Link: Mori Jaam Mori Jaam Lyrics (মৰি যাম মই মৰি যাম)

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form