Axom(Asom) Amar Rupahi Lyrics


Axom Amar Rupahi Lyrics

Song: Axom Amar Rupahi

Singer: Dr. Bhupen Hazarika

Lyricist: Dr. Bhupen Hazarika


Axom Amar Rupahi Lyrics

 অসম আমাৰ ৰূপহী 

গুনৰো নাই শেষ 

ভাৰতৰে পুৰ্ব  দিশত সুৰ্য উঠা দেশ 

অসমী  আই ৰূপহী 

গুনৰো নাই শেষ 

ভাৰতৰে পুৰ্ব দিশত সুৰ্য উঠা দেশ 

গোতেই জীৱ্ন বিছাৰিলেও অলেখ দিৱ্স ৰাতি 

অসম দেশৰ দৰে নেপাও ইমান ৰসাল মাটি 

 চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিবেশ

ভাৰতৰে পুৰ্ব দিশত সুৰ্য উঠা দেশ 

AssameseLyrical.com

বহাগতে আমাৰে  আই মহুৰা হৈ ঘূৰে 

বহাগতে আমাৰে  আই মহুৰা হৈ ঘূৰে 

মাঘ্ত সোনৰ হাতেৰে লাখিমী আদৰে

শৰত নিশাই তৰাৰে সজাই আইৰে কেশ 

অ’ ভাৰতৰে পুৰ্ব দিশত সুৰ্য উঠা দেশ 

পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে 

তোমাৰ ভাষাৰ মৰম বোৰে মিলন সেতু গঢ়ে

লুইতৰে  বহল পাৰত প্ৰনিপাত কৰো 

জন্ম ল’লো ইয়াতেই ইয়াতেই যেন মৰো ..

অ’ জন্ম ল’লো ইয়াতেই ইয়াতেই যেন মৰো

পাম ক’ত এনে মধুৰ  ৰূপৰ সমাৱেশ 

ভাৰতৰে  পুৰ্ব দিশৰ সুৰ্য উঠা দেশ 

অসমী আই ৰুপহী  গুনৰো নাই শেষ 

ভাৰতৰে পুৰ্ব দিশত সুৰ্য উঠা দেশ 

অসমী আই ৰুপহী গুনৰো নাই শেষ 

Download Link: Axom(Asom) Amar Rupahi Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form