Mugdho Hiya Mur Lyrics


Mugdho Hiya Mur Lyrics



Song: Mugdho Hiya Mur

Singer: Zubeen Garg & Jonkie Borthakur

Album: Sishu

Mugdho Hiya Mur Lyrics

আউসীৰ জোন মোৰ সমুখতে

সেমেকা চকু দুগালতে

নিজানৰ ৰাতিবোৰ কেতিয়াকে

পুৱাব খেলিব ৰ’দে

তুমি আহিবা এদিনা

ৰং দিবা দুচকুত

মৰমেৰে বুকু উপচাই

মুগ্ধ হিয়া মোৰ কোনে চুই যায়

মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়

বুকুতে অগনি জ্বলাই

তেজ মঙহৰে মৰম নেওচি

জ্বলি জ্বলি ৰই মাথো চাই

বুকুতে যে জুই বিয়্পাই

AssameseLyrical.com

তেজ মঙহৰে মৰম নেওচি

জ্বলি জ্বলি ৰই মাথো চাই

তেজ মঙহৰে মৰম নেওচি

জ্বলি জ্বলি ৰ’ মাথো চাই

দিনে প্ৰতিদিনে মাথো মনে প্ৰানে

আকিলু ৰামধেনু হিয়া জুৰাই

এটি এটি পল আজি শুৱৰি

হহা কন্দা খেলা সুৰ ফাগুনি

আ  মাজেৰে পৰি সৰি সৰি

সুখৰে মুকুতা হয় যে ধুলি

বুকুতেযে জুই বিয়্পাই

তেজ মঙহৰে পৃথিৱী নেওচি

জ্বলি জ্বলি ৰ’ মাথো চায়

তেজ মঙহৰে মৰম নেওচি

জ্বলি জ্বলি ৰ’ মাথো চাই

গোপনে ফাগুনে মন উতলালে

তুমি অহাৰ আজি বাতৰি পাই…….(2X)

ৰিনি ৰিনি ৰিনি

শুনো ৰিনি ৰিনি

কঁপি কঁপি শুনো সেই ধ্বনি

আকাশ বাউলি

থমকি ধৰনী

চকুলোৰে কৰো দিন শুৱনি

বুকুতে যে জুই বিয়পি

তেজ মঙহৰে পৃথিৱী নেওচি

জ্বলি জ্বলি  ৰ’ মাথো চাই

তেজ মঙহৰে মৰম নেওচি

জ্বলি জ্বলি ৰ’মাথো চাই

মুগ্ধ হিয়া মোৰ কোনে চুই যায়

মুগ্ধ হিয়া ৰ’কোনে চুমি যায়

বুকুতে অগনি  জ্বলাই 

তেজ মঙহৰে মৰম   নেওচি

জ্বলি জ্বলি ৰ’মাথো চাই

বুকুতে যে জুই বিয়্পাই

তেজ মঙহৰে মৰম নেওচি

জ্বলি জ্বলি ৰ’ মাথো চাই

তেজ মঙহৰে মৰম নেওচি

জ্বলি জ্বলি ৰ’ মাথো চাই

তুমি চালেই জানা

তুমি চুলেই জানা

এধানি সপোনে বাগৰ সলাই……(4X)

Download Link: Mugdho Hiya Mur Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form