Bilot Tireberai Padumar Pahi Oi Lyrics

Bilot Tireberai Padumar Pahi Oi Lyrics



Song: Bilot Tireberai Padumar Pahi Oi

Lyrics: Bauli Kavi Kamalananda Bhattacharyya


Bilot Tireberai Padumar Pahi Oi Lyrics

বিলত তিৰেবিৰায়  পদুমৰ পাহি ঐ

পাতত তিৰেবিৰায় পানী…

ৰ’দত তিৰেবিৰায় জীয়াৰে পাখি ঐ 

ফুলনিত ফুলৰে ৰানী …

বিলত তিৰেবিৰায়া পদুমৰ পাহি ঐ 

পাতত তিৰেবিৰায় পানী …

AssameseLyrical.com

ৰ’দত তিৰেবিৰায় জীয়াৰে পাখি ঐ

ফুলনিত ফুলৰে ৰানী…

এন্ধাৰত জিলিকে জোনাকী পৰুৱা

আকাশত জিলিকে জোন

এন্ধাৰত জিলিকে জোনাকী পৰুৱা

আকাশত জিলিকে জোন…

ক’লাকৈ ডাৱৰত বিজুলি জিলিকে

হিয়াত মোৰ জিলিকে কোন 

ক’লাকৈ ডাৱৰত বিজুলি জিলিকে 

হিয়াত মোৰ জিলিকে কোন …

বিলত তিৰেবিৰায় পদুমৰ পাহি ঐ 

পাতত তিৰেবিৰায় পানী …

ৰ’দত তিৰেবিৰায় জীয়াৰে পাখি ঐ

ফুলনিত ফুলৰে ৰানী…

কলিজাত  জিকুৰা জ্বলে ঐ জীৱা জুই

জিলিকে তাতো ঐ কেচা সোন…

কলিজাত জিকুৰা জ্বলে ঐ জীয়া জুই 

জিলিকে তাতো ঐ কেচা সোন

হ’বনে এনেইদিন বাজিব ভগা বিন

হিয়াত মোৰ জ্বলিব পুৰ্নিমাৰ জোন…

মোৰ হ’বনে এনেইদিন বাজিব ভগা বিন

হিয়াত মোৰ জ্বলিব পুৰ্নিমাৰ জোন …

বিলত তিৰেবিৰায় পদুমৰ পাহি ঐ

পাতত তিৰেবিৰায় পানী…

ৰ’দত তিৰেবিৰায় জীয়াৰে পাখি ঐ

ফুলনিত ফুলৰে ৰানী …

Download Link: Bilot Tireberai Padumar Pahi Oi Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form