O’ Deuta Lyrics

Song: O’ Deuta

Singer: Zubeen Garg

O’ Deuta Lyrics

 মনে যদি টোকে চকুলো 

নিচুকাই  দিবানে অ’ দেউতা 

সপোনে যদি হেৰাই ঠিকনা 

বিচাৰি দিবানে অ’ দেউতা 

শোকত যদি বিষাই বুকু 

তুমিও কান্দিবানে দেউতা

জীৱ্ন যদি হয় ভাগৰুৱা 

জিৰাব দিবানে অ’দেউতা 

******* অ’… অ’… দেউতা *******




খোজে খোজে তুমি মোৰ ছাঁয়া 

শব্দৰে শেষ নহয় তোমাৰ কথা 

******* অ’… অ’… মোৰ দেউতা *******



মনে যদি টোকে চকুলো 

নিচুকাই দিবানে অ’ দেউতা



AssameseLyrical.com



অশ্ৰু ঠুনুকা হ’ল

স্মৃতি বোৰ দুখৰ হ’ল…

অশ্ৰু ঠুনুকা হ’ল 

স্মৃতি বোৰ দুখৰ হ’ল 

নোৱাৰো টানিব দুখৰ 

নোৱাৰো সাজিব প্ৰেমৰ পঁজা 

মৰমে যদি বিচাৰে আশ্ৰয় 

তুমি দিবানে অ’ দেউতা

সাহসৰ যদি হয় পৰাজয় 

তুমি থাকিবানে অ’ দেউতা 

এবাৰ মাতিবানে মোক দেউতা 

কোলাত ল’বানে মোক অ’ দেউতা 

হিয়াখন জুৰাবানে দেউতা 

******* অ’… অ’… মোৰ দেউতা ********




সাগৰখন শুকাই গ’ল 

মেঘবোৰে লুকাই গ’ল

সাগৰ খন শুকাই গ’ল 

মেঘবোৰে লুকাই গ’ল …

জীৱ্ন মৰুত জীৱ্ন জ্বলিছে চিতা

নাপাই হেনো  বৃষ্টিৰ বতৰা 

শোকত যদি বিষাই বুকু 

তুমিও কান্দিবানে দেউতা

জীৱ্ন যদি হয় ভাগৰুৱা

জিৰাব দিবানে অ’ দেউতা …

******* অ’…অ’… দেউতা **********




খোজে খোজে তুমি মোৰ ছাঁয়া 

গানেৰে শেষ নহয় তোমাৰ কথা 

******* অ’… অ… মোৰ দেউতা ******



মনে যদি টোকে চকুলো 

নিচুকাই দিবানে অ’ দেউতা 

সপোনে যদি হেৰাই ঠিকনা 

বিচাৰি দিবানে অ’ দেউতা 

Download Link: O’ Deuta Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form