Bukure Kolijat Lyrics (বুকুৰে কলিজাত)

Song: Bukure Kolijat 

Singer : Zubeen Garg & Bandana Mahanta 

Bukure Kolijat Lyrics

বুকুৰে কলিজাত লিখিলো তোমাৰে নাম

দুচকুৰ কাষতে তোমাক কেতিয়া পাম

হিয়া ভৰি আছে মৰমেৰে মোৰ মন

জানা তোমাকে বিচাৰে

আছু ৰৈ হেঁপাহেৰে আজিও অকলশৰে

আছু ৰৈ হেঁপাহেৰে আজিও অকলশৰে

বুকুৰে কলিজাত লিখিলো তোমাৰে নাম।

AssameseLyrical.com

মোৰ মনৰ বনত কহুৱা ফুলে

তোমাৰ বতৰা পালে

মোৰ হিয়াৰ মাজত জোনাক সৰে

তোমাৰ কথা ভবিলে

মন পখি হৈ উৰে ঠিকনা বিচাৰি

তুমি আছা কেনি দিয়া সহাৰি

মইয়ো যাম সেই বাটেৰে

তোমাক পোৱাৰ আশাৰে

মইয়ো যাম সেই বাটেৰে

তোমাক পোৱাৰ আশাৰে

বুকুৰে কলিজাত লিখিলো তোমাৰে নাম।

মই আছু জীয়াই তোমাৰ বাবে 

নিৰৱে নিজানতে

ৰ’দ একাজলি দিবানে সানি

ভিজা ভিজা বুকুতে

তোমাৰ মিঠা মিঠা পৰশতে

নামি আহিলে আকৌ ফাগুন হঠাতে

জীৱন ভোৰক ৰঙেৰে সোণৱালী সপোনেৰে

বুকুৰে কলিজাত লিখিলো তোমাৰে নাম।

Download Link: Bukure Kolijat Lyrics (বুকুৰে কলিজাত)

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form