Tumar Moromote Moi Lyrics (তোমাৰ মৰমতে মই)


Song: Tumar Moromote Moi

Singer: Zubeen Garg & Nabanita Sharma

Tumar Moromote Moi Lyrics

তোমাৰ মৰমতে মই

থাকো পাগল হৈ

ৰ’মে সাবতি যেন

বুকুৰ আচল হৈ

হিয়াৰে বুকুল বনত

বন হৈ চোৱা

মৰমৰে এচাটি বৈ চোৱা 

সেয়ে চাগে বোৱাব খোজে

মোৰো মন মোতলীয়া।

তোমাৰ মৰমতে মই

থাকো পাগল হৈ

ৰ’মে সাবতি যেন

বুকুৰ আচল হৈ।

AssameseLyrical.com

দিয়া যদি দিয়া মোকে

হিয়াখনি তোমাৰ উজাৰি

মোলে থকা ভালপোৱা

লমে তাৰে পৰা বিচাৰি

উপচি আছা মাথোঁ তুমি

আৱৰি মোৰে হিয়াত

জেতুঁকা পাতৰ ৰংহৈ তুমি

মোকে ৰঙাই দিয়া

মইয়ো হ’ম বৰণীয়া।

তোমাৰ মৰমতে মই

থাকো পাগল হৈ

ৰ’মে সাবতি যেন

বুকুৰ আচল হৈ।

তুমি আকাশ, তুমি বতাহ 

তুমি এটো মোৰ পৃথিৱী

জীয়াও তোমাৰ হেঁপাহতে 

আৰু নো লাগিছে মোকে কি

মনৰ আকাশত ৰামধেণু হৈ

তুমি আহি ৰ’বা

জেতুঁকা পাতৰ ৰংহৈ তুমি

মোকে বলাই যোৱা

মইয়ো হ’ম বৰণীয়া।

তোমাৰ মৰমতে মই

থাকো পাগল হৈ

ৰ’মে সাবতি যেন

বুকুৰ আচল হৈ।

Download Link: Tumar Moromote Moi Lyrics (তোমাৰ মৰমতে মই)

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form