Ekajoli Bhalpuwa Lyrics

z

Song: Ekajoli Bhalpuwa (একাজলি ভালপোৱা)

Singer: Zubeen Garg & Jintie Das

Ekajoli Bhalpuwa Lyrics

দুচকুলে নামে সপোন  

সপোনতো তোমাৰে নাছোন 

মনে মনে তোমাকে ভাবো 

মন ভৰা হাঁহি দেখোন 

জোন গলা আকাশতো 

চিকি মিকি তৰায়ে হাঁহে 

AssameseLyrical.com


মৌ ভৰা মিঠা মাতে 

কাষলে মোক ৰিঙিয়ালে

মৰমে আহি ললে 

জিৰনি তোমাৰ কোলাত 

আবেগেও সাৰ পালে 

মৰমে নধৰা হিয়াত 

আকাশত নীলা ডাৱৰ বোৰে 

তোমাৰ কথা কে কলে 

মৰম মিলন হ’ব খোঁজে 

বাৰে বাৰে বাৰে 

বাৰে বাৰে বাৰে 




প্ৰনয়ৰে বান তোমাৰ চকু 

শেলিলে আহি মোৰ এই বুকুত 

ৰজনি গন্ধা চৌপাশে 

মতলিয়া আজি দুবাহুতে  

মৌ সনা মিঠা মিঠা চুমা 

আকিলাহি মোৰই দেহত 

বাকি দিলা একাজলি ভালপোৱা 

প্ৰনয়ৰে বান চিঙি দিলা 

গাঠি দিলা মৰমৰ পৰিভাষা 

বাকি দিলা একাজলি ভালপোৱা 



যুগে যুগে ৰম তোমাৰে 

তুমি বিহিন জীৱ্ন বৃঠা মোৰে 

অ’ৰাধা কৃষ্ণৰ প্ৰেমৰ দৰে 

সাক্ষী হয় ৰম আমি মৰমতে 




মৌ সনা মিঠা মিঠা চুমা 

আকিলাহি মোৰই দেহত 

বাকি দিলা একাজলি ভালপোৱা 

প্ৰনয়ৰে বান চিঙি দিলা

গাঠি দিলা মৰমৰ পৰিভাষা 

বাকি দিলা একাজলি ভালপোৱা   

Download Link: Ekajoli Bhalpuwa Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form