Pahorai Diya Song Lyrics (পাহৰাই দিয়া)

Song: Pahorai Diya

Singer: Surya Prakash Medhi

Pahorai Diya Lyrics

পাহৰাই দিয়া মোক

পাহৰাই দিয়া মোক

দুখৰ সময়বোৰ 

নদীৰ সুৰত সতে উতি যাওঁ উপহাস 

নদীৰ সুৰত সতে উতি যাওঁ উপহাস 

এৰি আহা প্ৰতিটো দিনৰ 

দুচকুৰ নিলিমাক অসীম আকাশক

AssameseLyrical.com

উৰি যাওঁ উৰি যাম

গীত গাও গুনমালি জীৱ্নৰ 

সোৱঁৰনী হ’ক বহু দূৰ 

আশাৰে বতৰা বুকুতে সাৱতি 

আশাৰে বতৰা বুকুতে সাৱতি 

পাৰে হয় পাৰ হ’ম জীৱ্নৰ বাধা 

সাঁচি থম ৰং সপোনৰ 

পাহৰাই দিয়া মোক

পাহৰাই দিয়া মোক আজি

দুখৰ সময়বোৰ 

নদীৰ সুৰত সতে উতি যাওঁ উপহাস 

নদীৰ সুৰত সতে উতি যাওঁ উপহাস 

এৰি আহা প্ৰতিটো দিনৰ 


Download Link: Pahorai Diya Song Lyrics (পাহৰাই দিয়া)

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form