Gaan Bisari Jaute Lyrics By Jyoti Prasad Agarwala

Song: Gaan Bisari Jaute (গান বিচাৰি যাওঁতে)

Singer: Jyoti Prasad Agarwala

Gaan Bisari Jaute Lyrics
Gaan Bisari Jaute Lyrics

Gaan Bisari Jaute Lyrics:—

গান বিচাৰি যাওঁতে মোক
তই দিলি প্ৰাণ
প্ৰাণ বিচাৰি যাওঁতে মোক
তই দিলি গান ৷

মোৰ অভিমানৰ মানটো ৰাখিবলৈ
তোক বিচাৰি নাই যে পাবলৈ
মোৰ গানক যদি সুৰ দিলি
সুৰক যদি ছন্দ দিলি
ছন্দক যদি মন্দকিনীৰ তাল

তোক, ভালপোৱাৰ
অভিমানৰ, ইন্দ্ৰধনুৰে
মোৰ উজলো
শুভ্ৰ ভাল ৷

নিবিচাৰো আন
তই তাকেই দিবি দান ৷৷

Download Link: Gaan Bisari Jaute Lyrics By Jyoti Prasad Agarwala

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form