Song: Gaonore Jupuri Ikorare Xoja (গাঁৱৰে জুপুৰি ইকৰাৰে সজা)
Singer: Jyoti Prasad Agarwala
![]() |
| Gaonore Jupuri Ikorare Xoja |
Gaonore Jupuri Ikorare Xoja Lyrics:—
গাঁৱৰে জুপুৰি ইকৰাৰে সজা
তাতে থাক ভৱিস্যৰ
আধাপেটী ৰজা
আজি সুন্দৰে তাতে বহি
শাক ভাত খায়
তোৰ আধাভগা গছাটোত
নুনুমুৱা চাকি জ্বলায়
তাৰ পোহৰতে বহি
নতুন অস্ত্ৰ সাজে
জিনিবলৈ নৱ ভৱিস্যত
আঁকে জয়লেখা মহোজ্জ্বল
তোৰ কপালত ৷
তাতে থাক ভৱিস্যৰ
ভিকহু কঙাল মহাৰাজ
সুন্দৰে উজ্জ্বল কৰে তোৰে ভগা পঁজা ৷৷
Download Link: Gaonore Jupuri Ikorare Xoja Lyrics By Jyoti Prasad Agarwala
