Hur Hur Hur Hurai De Lyrics

Hur Hur Hur Hurai De Lyrics



Song Title       : Hur Hur Hur Hurai De

Singer            : Zubeen Garg 

Album: Jonaki Mon  

Hur Hur Hur Hurai De Lyrics

হুৰ হুৰ হুৰ হুৰাই দে

আপোন পথাৰ খন মোকলাই নে

হুৰ হুৰ হুৰ হুৰ হুৰ হুৰাই দে

আপোন পথাৰ খন মোকলাই নে

নমতা আলহী চোতাল ভৰিচে

ঘৰে পথাৰে তোৰ খোপনি পুতিছে 

থলুৱাৰ পৰিচয় নৰবগৈ

থলুৱা বুলি তোৰ চিনাকী  দে 

এহে হুৰ হুৰ হুৰাই দে 

আপোন পথাৰ খন মোকলাই নে 

Assameselyrical.com

কোনবা  কোচ কোনজন ভু্ঞা     

কোন আদিবাসী নে পাহৰীয়া 

কোনবা কোচ কোনজন ভুঞা 

কোন আদিবাসী নে পাহাৰীয়া 

ধৰি ল জোৰকৈ একেডাল জৰী 

খিলঞ্জীয়া অসমীয়া 

ৰজাঘৰীয়াক  কো জনাদেশ লাগে

ৰাজপাট বিচাৰি আলহীক নেৰে 

মাটি ঘৰ পথাৰ তোৰ 

আনে খাই ঐ 

ইহতক তোৰ ধমকি তো দে 

এহে হুৰ হুৰ হুৰ হুৰাই দে 

আপোন পথাৰ খন মোকলাই নে 

চাৰিজন লগে হৈ দল এটি গঢ়িছে 

জাতি এক বোলোতা সমাজ খন জ্বলিছে 

চাৰিজন লগে হৈ দল এটি গঢ়িছে 

জাতি এক বোলোতা সমাজ খন জ্বলিছে 

কাৰ কি আহে যায় 

মাথো তোৰ মোৰ বৈছে তেজ 

ৰঙাকৈ তেজ 

টুকুৰা টুকুৰে অসম খন ভাগিছে 

খোৱা কামাৰোক লৈ আপোনজন মৰিছে 

বিদেশী শতৰুৱৈ তাতে চাল পায় 

নামাতা আলহীক গতিয়াই দে 

নেতা পালি নেতাক ধমকি দে 

এহে হুৰ হুৰ হুৰ হুৰাই দে 

আপোন পথাৰ  খন মোকলাই নে 

এহে হুৰ হুৰ হুৰ হুৰাই দে 

আপোন পথাৰ মোকলাই নে 

Download Link: Hur Hur Hur Hurai De Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form