Trending

Kinu Sawonire Sala Muk oi | Zubeen Garg | Vitali Das | Album: Jaanmoni 2008

featured image
Song: Kinu Sawonire Sala Mukoi
Album: Jaanmoni 2008
Artist: Shyamantika, Utpal Das
Singer: Zubeen Garg, Vitali Das

কিনো চাৱনিৰে চালা মোক ঐ
দেহা শিৰ শিৰাই গল মইনাজান ঐ
দেহা শিৰ শিৰাই গল মইনাজান ঐ
পেটলৈ ভাত নোযোৱা
পেটলৈ ভাত নোযোৱা হ’ল

ঐ, কিনো হাঁহিটিৰে মোহিলা ঐ
নুবুজা সাঁথৰ হল মইনাজান ঐ
নুবুজা সাঁথৰ হল মইনাজান ঐ
নোকোৱাকৈ মনৰ কথা
নোকোৱাকৈ মনৰে কথা ৰ’ল

কিনো চাৱনিৰে চালা মোক ঐ
দেহা শিৰ শিৰাই গল মইনাজান ঐ
দেহা শিৰ শিৰাই গল মইনাজান ঐ
পেটলৈ ভাত নোযোৱা
পেটলৈ ভাত নোযোৱা হ’ল

কিনো জুইৰে অগনি ঐ
নোৱাৰি সহিব মইনাজান ঐ
নোৱাৰি সহিব মইনাজান ঐ
যেন বুকুত মাৰে ঢেঁকিৰে
যেন বুকুত মাৰে ঢেঁকিৰে চাপ

জীয়া যৌৱন বুকুত বান্ধি লৈ
কিমান দিন থাকিম মইনাজান ঐ
কিমান দিন থাকিম মইনাজান ঐ
যেন পৰিব বয়সৰ
যেন পৰিব বয়সৰ ছাঁ

কিনো জুইৰে অগনি ঐ
নোৱাৰি সহিব মইনাজান ঐ
নোৱাৰি সহিব মইনাজান ঐ
যেন বুকুত মাৰে ঢেঁকিৰে
যেন বুকুত মাৰে ঢেঁকিৰে চাপ

(Music)

দিছোঁ বুকু পাতি মাৰা যাঠি মোক ঐ
তেজেৰে বৈ যাব বোৱতী নৈ
তেজেৰে বৈ যাব বোৱতী নৈ
মৰি মৰি যেন তোমাৰ কাষ
মৰি মৰি যেন তোমাৰে কাষ পাম

বুজোঁ চকুৰে ভাষাটি ঐ
নকলেও বুজোঁ কথাটি ঐ
নকলেও বুজোঁ কথাটি ঐ
যেন হিয়া ভৰাই তোমাক
যেন হিয়া ভৰাই তোমাক চাওঁ

দিছোঁ বুকু পাতি মাৰা যাঠি মোক ঐ
তেজেৰে বৈ যাব বোৱতী নৈ
তেজেৰে বৈ যাব বোৱতী নৈ
মৰি মৰি যেন তোমাৰ কাষ
মৰি মৰি যেন তোমাৰে কাষ পাম

কোন দূৰণিৰ বাঁহীটি ঐ
ভাহি আহে মিঠা সুৰ এটি লৈ
ভাহি আহে মিঠা সুৰ এটি লৈ
যেন বুকুতে বজা যেন
যেন বুকুতে বজা যেন পায়

অ, সপোনত দেখা দিলাহি ঐ
কিনো ক’লা বুজি নাপালোঁ ঐ
কিনো ক’লা বুজি নাপালোঁ ঐ
দিঠকলৈ হে বাটে মই
দিঠকলৈ হে বাটে মই চাম

কোন দূৰণিৰ বাঁহীটি ঐ
ভাহি আহে মিঠা সুৰ এটি লৈ
ভাহি আহে মিঠা সুৰ এটি লৈ
যেন বুকুতে বজা যেন
যেন বুকুতে বজা যেন পায়
যেন বুকুতে বজা যেন পায়
যেন বুকুতে বজা যেন পায়

Download Link: Kinu Sawonire Sala Muk oi | Zubeen Garg | Vitali Das | Album: Jaanmoni 2008

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form