Kong Seng Song Lyrics



Song: Kong Seng
Singer: Kussum Kailash,
Neel Akash
Lyrics: Kussum Kailash, Neel Akash


Kong Seng Song Lyrics


বগলী  পৰিছে

এ  পিঠিত সমনীয়া
   এ শালিকী পৰিলে শিঙত
এ  পখিলা  পৰিব
ফুল  বুলি ভাবি
আমাৰে নাচনীৰ  গালত

ও  সেঙ  নাঙ
গচে  বনে  সলালে  পাত
ও  সেঙ নাঙ
গৰু ছালে  লগালে  মাত 
ও  সেঙ নাঙ
আমি অসমীয়া
বিহুতে যে বলিয়া
বিহু  বিহু  লাগিলে গাত
ও সেঙ নাঙ
গচে  বনে  সলালে পাত
ও সেঙ নাঙ
গৰু ছালে লগালে মাত
ও সেঙ নাঙ
আমি অসমীয়া
ৰবকে যে নোৱাৰো
বিহু বিহু লাগিলে গাত

Assamese Lyrical .com      

ও সেঙ নাঙ
ফুলে ফুলে পখিলাৰ জাক
ও সেঙ নাঙ
কুলিতিয়ে লগালে মাত
ও সেঙ  নাঙ
নাহৰো ফুলিল
তগৰো ফুলিল
কপৌ ফুলিল তোৰে খোপাত

ও সেং নাং

ফুলে ফুলে পখিলাৰ জাক
ও সেং নাং
কুলিতিও লগালে মাত
ও  সেং নাং
নাহৰো ফুলিলে
তগৰো ফুলিলে

কপৌও  ফুলিলে খোপাত

ও সেং নাং
জেতুকা বুলালি দুহাত
ৰং  চোলা পিন্ধিলি গাত
ও  সেং নাং
তোক নেদেখিলে
তই নেনাচিলে
বিহু বিহু নালাগে গাত

ও সেং নাং
জেতুকা বুলালি দুহাত
ও সেঙ  নাঙ ৰঙা  চোলা  পিন্ধিলি গাত
ও সেঙ  নাঙ 
তােক নেদেখিলে
ত’ই নেনাচিলে
বিহু বিহু নালাগে গাত

Assamese Lyrical .com      

ও সেঙ  নাঙ 

ৰং ঘৰৰ  ৰং চৰা বাট

ও সেঙ  নাঙ ত’ই নাচনী

বৰ্দৈচিলা ত’তে  নাইকীয়া গাত

ও সেঙ নাঙ
ৰং ঘৰৰ ৰং চ’ৰা বাট
ও সেঙ নাঙ
ৰংপুৰত ৰং শিঙাৰ মাত
ও  সেঙ নাঙ ত’ই নাচনী
বৰ্দৈচিলা ত’তে নাইকীয়া গাত

ও  সেঙ  নাঙ
মই  ঢুলীয়া ৰংপুৰীয়া
চেও চাই বুলাবি পাক ও সেঙ নাঙ আমি বিহুৱা
ৰংপুৰৰ  ঢুলীয়া চেও চাই বুলাবি  পাক

Download Link: Kong Seng Song Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form