Najitora Biya Patu Song Lyrics



Album: Najitora 2019
Song: Biya Patu Biya Patu
Singer: Zubeen Garg & Nirmali Das
Artist: Utpal Das & Junjun
Lyrics: Ajoy Phukan
Music Director: Ajoy Phukan
Najitora Biya Patu Lyrics

নাহৰে  বহাগ আনিলে

সপোনে  পাহি  মেলিচে
যৌবনে  বাগৰ সলালে
কলিজাত চেনেহ  বাঢ়িছে
জুৰীয়া গগনা , হিয়াতে বাজিছে 
ফুলাম  বহাগে  দেহা মন  জোকালে

সোনমইনা  সোনমইনা 
সোনমইনা বিয়া পাতুং
বিয়া পাতুং লাগিছে  মোৰ
সোনমইনা  বিয়া  পাতুং
বিয়া  পাতুং  লাগিছে মোৰ

তুমি মোৰ  নহ’লে
কাকোয়ে  নালাগে
সাত জনমলে ৰ’ই  থাকিম  তোমালে

নাজিতৰা  তুমিয়েই  জীৱ্ন  সপোন
ইশ্বৰক খাতিচো
তোমাকেই  পাবলে

মৰি যাম সচাকে
তোমাকে  নাপালে

সোনমইনা ও  ও ও
জুৰীয়া  গগনা
বুকুতে বাজিলে
ফুলাম   বহাগে
দেহা  মন  জোকালে
নাজিতৰা  নাজিতৰা
নাজিতৰা  বিয়া  পাতুং
বিয়া পাতুং লাগিছে মোৰ

নাজিতৰা  বিয়া  পাতুং
বিয়া পাতুং  লাগিছে মোৰ

নাহৰে   বহাগ  আনিলে
নাহৰে  মৰম  সানিলে
সোনাৰু হাল’ধীয়া  হয়
মোৰে বুকুতে  ফুলিছে
যৌবনে  কেতেকী
বুকুতে বিনালে
বলীয়া  পিৰিতি
উলাহত  নাচিছে

নাজিতৰা নাজিতৰা
নাজিতৰা  বিয়া পাতুং
বিয়া পাতুং লাগিছে মোৰ
সোনমইনা  বিয়া পাতুং
বিয়া পাতুং   লাগিছে মোৰ 

সোনমইনা  বিয়া পাতুং
বিয়া পাতুং   লাগিচে মোৰ

নাজিতৰা  বিয়া পাতুং
বিয়া পাতুং  লাগিছে মোৰ

Download Link: Najitora Biya Patu Song Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form