Long Leng Lyrics (লংলেং)

Song: Long Leng

Singer: Kussum Koilash & Nilakshi Neog

Long Leng Lyrics


লংলেংৰ কাষৰে

তই মোকক চাঙৰে

পাহাৰী আলসুৱা তোৰ মন,

তোৰ টনাকৈ চকুৱে

মোলৈ চাই হাঁহিলি

কাঢ়িলি মোৰে কলিজাখন,

তোক দেখি কিনা মৰম লাগিছে ঐ,

তোক দেখি কিনা ভাল পাই পেলাইছে ঐ,

তুই নাগা পাহাৰ লাগা আছ’

মুই ডেকা ভৈয়াম লাগা আছো,

তোক নিদিয়ে জাননে মোলে 

মৰম নুবুজে,

অ মন দিলিয়েই যদিহে আমি

বৈ যাং পলায়েই 

অ, চৰাইদেউ চিনাকি ঠায়ে অ অসমৰ

অ, চৰাইদেউ চিনাকি ঠায়ে অ অসমৰ

চৰাইদেউ চিনাকি ঐ নাম,

এ চাওলুং চুকাফাৰ আমি বংশৰেধৰ

ৰাখিম তোৰে মৰমৰে মান,

তোক ভাবি কিনা ঘৰ বানাইছে ঐ

তোক মৰম পৰা তাতে ৰাখিব ঐ

তুই নাগা পাহাৰ লাগা আছ’

মুই ডেকা ভৈয়াম লাগা আছো,

তই জানয়েই কিদৰে ৰাখো তোকে বুকুতে

অ মন দিলিয়েই যদিহে আমি

বৈ যাং পলায়েই 

AssameseLyrical.com

আমিখান নাগা পাহাৰতে থাকা

আমাৰ ভী আছে মান,

কথা হলেত’ মৰম পৰা 

আমিও হালে জান ৷

আমিখান লাগা পিন্ধে চেপেটী

আৰ’ আজক ত’লা,

তুইখান লাগা ভৈয়ামতে থাকা

মিলিম কিনেকা ৷

অ তই নগাৰ সাজ পিন্ধিবি

মূগাৰ সাজো পিন্ধিবি

মিলিবি তই আমাৰ সতে ঐ,

তয়ে মনে মইনা

কেচাকৈ কলিজা

পাহাৰ ভৈয়াম মিলি একে হৈ

জাত লাগা কিলেই চিন্তা কৰে ঐ ,

আমিখান একেই মানুচ্ আছে ঐ

তুই নাগা পাহাৰ লাগা আছ’

মুই ডেকা ভৈয়াম লাগা আছো,

কৈ চাবিচোন ঘৰতেনো গৈ

মোৰে কথাকে,

মন নুবুজে যদিহে আমি

বৈ যাং পলায়েই ৷

Download Link: Long Leng Lyrics (লংলেং)

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form