Okuwa Pokuwa Baat Lyrics

Song: Okuwa Pokuwa Baat

Singer: Zubeen Garg & Rajashree Saikia

Okuwa Pokuwa Baat Lyrics


শনিবাৰে আবেলি বেলাত

আমি পাহাৰৰ কোলাত

আজি নাই নাই মনৰে আত

অকোৱা পকোৱা বাট

দিয়া হাততে হাত

দুটি মনতে লওক মৰমে পাত

শনিবাৰে আবেলি বেলাত

আমি পাহাৰৰ কোলাত

আজি নাই নাই মনৰে আত

অকোৱা পকোৱা বাট

দিয়া হাততে হাত

দুটি মনতে লওক মৰমে পাত

মলয়া আজি মোকে জোকাই নাজাবি

ৰ’দালি আজি জুমি জুমি নাচাবি

শনিবাৰে আবেলি বেলাত

আমি পাহাৰৰ কোলাত

আজি নাই নাই মনৰে আত

অকোৱা পকোৱা বাট

দিয়া হাততে হাত

দুটি মনতে লওক মৰমে পাত

AssameseLyrical.com

নাই নাই নাহিবি বৰষা নাহিবি

পাহাৰৰ চুৰাতে বহ

নাই নানাচিবি ৰচকি বিজুলি

গধুলি হোৱালৈ ৰ’

প্ৰেমৰ গানতে তিতি বুৰি ৰ’ম

লহৰে লহৰে দুয়ো দুয়োৰ হম

মুখেৰে নোলোৱা কথাবোৰ চকুৰে কও

বুকুত সাঁচি থোৱা হেপাহ মোৰ পলুৱাই লও

শনিবাৰে আবেলি বেলাত

আমি পাহাৰৰ কোলাত

আজি নাই নাই মনৰে আত

অকোৱা পকোৱা বাট

দিয়া হাততে হাত

দুটি মনতে লওক মৰমে পাত

লাজুকি জোনাকি 

কাষলে নাহিবি

নিলগে নিলগে ৰৈ

চাই জুমি জুমি 

আমাৰ মৰম দেখি

জ্বলিব নেলাগে খহ

লাজৰ ওৰনি আজি খুলি থ’

বুকুৰ মৰম বোৰ দুয়ো সলাই লও

আগতে নোপোৱা মৰমবোৰ সাৱতি লও

মনৰ আধৰুৱা সপোন সঁচা কৰি লও

শনিবাৰে আবেলি বেলাত

আমি পাহাৰৰ কোলাত

আজি নাই নাই মনৰে আত

অকোৱা পকোৱা বাট

দিয়া হাততে হাত

দুটি মনতে লওক মৰমে পাত

দুটি মনতে লওক মৰমে পাত

দুটি মনতে লওক মৰমে পাত

Download Link: Okuwa Pokuwa Baat Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form